Hanuman Chalisa In Assamese Download in Pdf Video: শ্রীহনুমান চালিশা অসমীয়াত

- Advertisement -

- Advertisement -

Shree Hanuman Chalisa : আপুনি ইয়াত প্ৰতিদিনে হনুমান চলিছা পঢ়িব পাৰে, আৰু হনুমান চলিছাত লিখা আছে যে যিজনে প্ৰতিদিনে হনুমান চলিছা পাঠ কৰে তেওঁ ভগৱান হনুমানৰ লগতে ভগৱান শিৱ আৰু পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰে। আৰু যিজনে ভগৱান ৰামৰ আশীৰ্বাদ পায় তেওঁ সকলোৰে পৰা আশীৰ্বাদ লাভ কৰে । গতিকে হনুমানজীৰ লগতে ৰামজীৰ আশীৰ্বাদ পাবলৈ প্ৰতিদিনে বিশেষকৈ মঙলবাৰ আৰু শনিবাৰে হনুমান চলিছা পাঠ কৰক।             

শ্রীশ্রীহনুমন্তে নমঃ শ্রীহনুমান চালিশা
 
 ॥ দোহা ॥
 
শ্ৰী গুৰু চৰণ সৰোজ ৰাজ নীজ মনু মুকুৰ সুধাৰি ।
বৰণৌ ৰঘুবৰ বিমল জসু জো দয়াকু ফল চাৰি ॥
 
বুদ্ধি হীন তনু জানিকে সুমেৰো পৱন কুমাৰ ।
বল বুদ্ধি বিদ্যা দেহু মহি হৰৌ কলেস বিকাৰ ॥
 
॥ চৌপাই ॥
 
জয় হনুমান জ্ঞান গুন সাগৰ ।
জয় কাপিছ তিহু লোক উজাগৰ ॥ 01॥
 
ৰাম দূত অতুলিত বল ধম ।
আঞ্জনী-পুত্ৰ পৱন সুত নাম ॥02॥
 
মহাবীৰ বিক্ৰম বজ্ৰাংগী ।
কুমতি নিবাৰ সুমতি কে সংগী ॥03॥
 
কঞ্চন বৰণ বিৰাজ সুবেস ।
কনন কুণ্ডল কুঞ্চিত কেস ॥04॥
 
হাথ বজ্ৰ অৰু ধ্বজ বিৰাজে ।
কান্ধে মুঞ্জ জনেউ সাজে ॥05॥
 
শংকৰ সুবন কেসৰি নন্দন ।
তেজ প্ৰতাপ মহা জগ বন্দন ॥06॥
 
বিদ্যাবান গুণী অতি চাতুৰ ।
ৰাম কাজ কৰিবে কো আতুৰ ॥07॥
 
প্ৰভু চৰিত্ৰ শুনিবে-কো ৰসিয়া ।
ৰাম লখন সীতা মন বাচিয়া ॥08॥
 
সূক্ষ্ম ৰূপ ধৰি সীয়াহি দিখৱা ।
বিকট ৰূপ ধৰি লংক জৰৱা ॥09॥
 
ভীম ৰূপ ধৰি অসুৰ সহাৰে ।
ৰামচন্দ্ৰ কে কাজ সৱাৰে ॥10॥
 
লায়ে সঞ্জীৱন লখন জিয়ায়ে ।
শ্ৰী ৰাঘুবীৰ হৰশি উৰ লায়ে ॥11॥
 
ৰাঘুপতি কিনি বহুত বঢ়াই ।
তোম মম প্ৰিয়ে ভাৰত-হি-সম ভায়ি ॥12॥
 
সাহাস বদন তুমহাৰো জাচ গাৱে ।
আসা-কহি শ্ৰীপতি কণ্ঠ লগৱে ॥ 13॥
 
সংকা-দিক ব্ৰহ্মদি মুনিছা ।
নাৰদ-সৰদ সহিত আহিছা ॥ 14॥
 
যম কুবেৰ দিগপাল জাহা তে ।
কबि कोविद कहि सके कहा ते ॥15॥
 
তোম উপকাৰ সুগ্ৰীৱহি কীন্হা ।
ৰাম মিলায়ে ৰাজপদ দीন্হা ॥16॥
 
তোমাৰ মন্ত্ৰ বিভীষণ মানা ।
লংকেশ্বৰ ভয়ে সব জগ জনা ॥17॥
 
যুগ সহস্ত্ৰ যোজন পৰ ভনু ।
লীলয়ো তহি মধুৰ ফল জনু ॥18॥
 
প্ৰভু মুদ্ৰিকা মেলি মুখ মাহি ।
জলধি লংঘি গায়ে অচ্ৰজ নাহি ॥19॥
 
দুৰ্গাম কাজ জগত কে জেতে ।
সুগম অনুগ্ৰহ তোমৰ তেতে ॥20॥
 
ৰাম দৱাৰে তোম ৰখ্বাৰে ।
হোত না আগ্যাবিনু পৈচাৰে ॥21॥
 
সব সুখ লহে তোমাৰি শৰণা ।
তোম ৰক্ষক কহো কো ডাৰনা ॥22॥
 
আপন তেজ সম্হাৰ আপে ।
তীনহো লোক হাংক তেহ্ কান্পে ॥23॥
 
ভূত পিশাচ নিকত নাহি আৱে ।
মহাবীৰ জব নাম শুনাৱে ॥24॥
 
নাসে ৰোগ হৰে সব পীৰা ।
জাপত নিৰন্তৰ হনুমন্ত বীৰা ॥25॥
 
সংকট সে হনুমান চুডাবে ।
মন কৰম বচন ধ্যান যো লাভে ॥26॥
 
সব পৰ রাম তপস্বী ৰাজা ।
তীন কে কজ সকল তুম সজা ॥27॥
 
আৰু মনৰথ যো কৈ লাভে ।
সহি অমিত জীৱন ফল পাভে ॥28॥
 
চৰো যুগ পৰতাপ তুমাৰা ।
হৈ পৰসিদ্ধ জগৎ উজিয়াৰা ॥29॥
 
সাধু সন্ত কে তুম ৰক্ষৱাৰে ।
অসুৰ নিকনন্দন রাম দুলাৰে ॥30॥
 
অষ্ট-সিদ্ধি নব নিধি কে দাতা ।
অসবৰ দীন জানকী মাতা ॥31॥
 
ৰাম ৰসযান তোমাৰে পাছা ।
সদা ৰহ রাঘুপতি কে দাসা ॥32॥
 
তোমাৰে ভজন ৰাম কৰ পাভে ।
জনম-জনম কে দুঃখ বিসৰাৱে ॥33॥
 
অন্ত-কাল ৰাঘুবৰ পুৰ জাই ।
যাহা জন্ম হৰি-ভক্ত কহায়ি ॥34॥
 
আৰু দেবতা চিত্ত ন ধৰাৱে ।
হনুমান্ত চি সৰ্ব সুখ কৰাৱে ॥35॥
 
সংকট কটে-মিটে সব পীৰ ।
যো সুমিৰে হনুমন্ত বলবীৰ ॥36॥
 
জয় জয় জয় হনুমান গোসাএ ।
কৃপা কৰহো গুৰুদেব কি নাই ॥37॥
 
যো সথ বাৰ পাঠ কৰ কোঈ ।
চুট হি বন্ধি মহা সুখ ॥38॥
 
যো য়াহা পঢ়ে হনুমান চালিসা ।
হৈ সিদ্ধি সখি গৌৰীসা ॥39॥
 
তুলসীদাস সদা হৰি চেৰা ।
কীজে নাথ হৃদয় মহা দেৰা ॥40॥
 
          ॥ দোহা ॥
 
পৱন তনয় সংকট হৰণ মঙ্গল মূৰ্তি ৰূপ ।
ৰাম লখন সীতা সহিত হৃদয় বাসৱ সুৰ ভূপ ॥
 
ইতি – শ্রীহনুমান চালিসা।
 
- Advertisement -
MUST READ  Daily Horoscope 13 June : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal

WhatsApp ৰ Channel Follow কৰক daily পঢ়িবলৈ ।

ক্লিক here 

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Sponsor

Latest

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ বাবে তেওঁক বামুনি কোঁৱৰ (ব্ৰহ্ম ৰাজকুমাৰ) বুলি জনপ্ৰিয়ভাৱে জনা গৈছিল। তেওঁৰ ৰাজত্বকালত আহোম বংশত হিন্দু...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায় এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। এই অৱস্থা সচৰাচৰ লক্ষণবিহীন হৈ থাকে, যাৰ ফলত একে উচ্চ ৰক্তচাপ...

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5 শ্লোক সংস্কৃতত:धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव:॥ শ্লোক অসমীয়াত:ধৃষ্টকেতুছ চেকিতানঃ কাশিৰাজশ্চ বীৰ্যৱান।পুরুজিত্কুন্তিভোজশ্চ...

দাম বৃদ্ধি পাব জীও ৰ ( Jio Recharge Price hike ) , চাওক জুলাই মাহৰ পৰা কিমান দিব লাগিব

Jio Mobile Tariff Hike (Jio Price hike ) (adsbygoogle = window.adsbygoogle || ).push({}); ৰিলায়েন্স জিঅ’ ইনফ’কমে নতুন টেৰিফ প্লেন (জিঅ’ মোবাইল...