Assam’s Charaideo Maidam: চৰাইদেউ মৈদামে খুলিব পৰ্যটনৰ নতুন দুৱাৰ! ‘মন কী বাত’ত কি কি প্ৰসংগ উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক তেওঁৰ অনাতাঁৰ অনুষ্ঠান মন কী বাতৰ জৰিয়তে…
List Of Ahom King . Ahom Kingdom.
SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্ফা১৪০৭–১৪২২১০চুফক্ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্ফা১৬৪১–১৬৪৪১৯চুত্যিণ্ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯
Patharughat :পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ইতিহাস History of Krsaka bidroha
In 1894, Patharighat witnessed a defining moment in Assam's fight for freedom.…
লাচিত বৰফুকন : এজন মহান দেশপ্ৰেমিক আৰু অসমৰ বীৰ সন্তান।
বীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নবেম্বৰ তাৰিখে ।তেওঁ আহোম…
Lachit Borphukan : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত লাচিত বৰফুকন সম্পৰ্কীয় এটা অধ্যায় অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে (৪ আগষ্ট) অন্য ৰাজ্যৰ সমকক্ষসকললৈ এখন…
Sukapha in Assamese চুকাফা :স্বৰ্গদেউ চ্যুকাফাৰ জন্ম, বংশ পৰিচয়, অসম আগমন আৰু সাম্ৰাজ্য বিস্তাৰ।
Sukapha চুকাফা Ahom king sukafa Founder of the Ahom dynasty Reign 1228–1268…