India Union Budget 2024 highlights :বাজেট ২০২৪ৰ উল্লেখযোগ্য দিশ

- Advertisement -

- Advertisement -

Budget 2024 LIVE Updates: Ayushman Bharat, tax benefit extension, capex boost, know about top budget announcements

সংসদত দাখিল কৰা হৈছে ২০২৪ বৰ্ষৰ অন্তৰ্ৱতীকালীন বাজেট। বুধবাৰৰ পৰা সংসদত আৰম্ভ হৈছে বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তৰৱৰ্তীকালীন বাজেট দাখিল কৰিছে। সংসদত বাজেট ভাষণ আৰম্ভ হৈছে। নিৰ্মলা সীতাৰমণে দাখিল কৰিছে বাজেট। নিৰ্মলা সীতাৰমণে কয়, “১০ বছৰত অৰ্থনীতিত ইতিবাচক সংস্কাৰ হৈছে। সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছো। আমি পুনৰ অভূতপূৰ্ব জনাদেশ লাভ কৰিম। উন্নয়নৰ আঁচনিয়ে সৰ্বস্তৰক সামৰিছে। সৰ্বাংগীন, সৰ্বস্পৰ্শী, সৰ্বসমাৱেশী নীতি চৰকাৰৰ।

নিৰ্মলা সীতাৰমণে ভাষণত কয়, “৮০ কোটি জনতাৰ বাবে ৰেচন কাৰ্ড। ২০৪৭ৰ ভিতৰত বিকশিত ভাৰত হ’ব। আমাৰ মন্ত্ৰ ‘ছেকুলাৰৰিজিম ইন এক্সন’। সামাজিক ন্যায়, ৰাজনৈতিক শ্লোগান হ’ব নোৱাৰে। পৰিবাৰবাদ, ভাই-ভতিজাবাদ শেষ হ’ব লাগিব। কৃষকসকল আমাৰ অন্নদাতা। গৰীৱ কল্যাণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। আমাৰ প্ৰধান চাৰিটা জাতি আছে।মহিলা, যুৱ, গৰীৱ, কৃষক আমাৰ চাৰিটা জাতি। এই চাৰিটা জাতি কল্যাণ আমাৰ প্ৰধান অগ্ৰাধিকাৰ। গৰীৱ কল্যাণ দেশৰ কল্যাণ। ২৫ কোটি জনতা বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত। জনধন একাউণ্টত ২.৭ লাখ কোটি টকা জমা হৈছে। যুৱ শক্তিৰ দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। ৩ হাজাৰ নতুন ITI স্থাপন কৰা হ’ব।”

- Advertisement -

নিৰ্মলা সীতাৰমণে লগতে ভাষণত কয়, “উচ্চ শিক্ষাত মহিলাৰ পঞ্জীয়ন ২৮% বৃদ্ধি হৈছে। ৩০ কোটি মহিলাক মুদ্ৰা লোণ প্ৰদান কৰা হৈছে। ৭ IIT, ১৫ AIIMS, ৭ IIM, ৩৯০ বিঃবিঃ স্থাপন। জনতাৰ গড় আয় ৫০% বৃদ্ধি হৈছে। মধ্যবিত্তৰ বাবে হাউছিং আঁচনি। আগন্তুক ৫ বছৰত ২ কোটি নতুন ঘৰ হ’ব। টেক ছেভী যুৱকৰ বাবে সেণালী দিন আহি আছে। ৩ কোটি লাখপতি বাইদেউৰ লক্ষ্য। শীঘ্ৰে উচ্চ ক্ষমতাসম্পন্ন ট্ৰেফিক কৰিডৰ স্থাপন। স্থাপন হ’ব ৰে’ল ক’ৰিডৰ। ৪৯ হাজাৰ নতুন ৰে’ল ডবা নিৰ্মাণ হ’ব। বিমান বন্দৰৰ সম্প্ৰসাৰণ অব্যাহত থাকিব। ১০ বছৰত বিমান পৰিবহণ শক্তিশালী হৈছে। ন ন চহৰলৈ মেট্ৰ’ৰে’ল সম্প্ৰসাৰণ হ’ব। ৰাজহুৱা পৰিবহণত বৈদ্যুতিক বাহনত গুৰুত্ব। ই-বাছ ব্যৱহাৰত গুৰুত্ব বাজেটত। ভাৰতৰ দ্বীপসমূহত বন্দৰ বৃদ্ধি কৰা হ’ব।”

MUST READ  BDO vs CDO: BDO আৰু CDO ৰ মাজত পাৰ্থক্য ? কেনেকৈ লাভ কৰিব চাকৰি ?

নিৰ্মলা সীতাৰমণে ভাষণত আৰু কয়, “২০২৩-২৪ত বিত্তীয় ঘাটি GDPৰ ৫.৮ শতাংশ হ’ব। ২০২৪-২৫ত বিত্তীয় ঘাটি ৫.১%লৈ হ্ৰাসৰ লক্ষ্য। পৰ্যটনৰ উন্নয়নৰ বাবে দিয়া হ’ব এই ঋণ। ৭ লাখ টকালৈ কোনো আয়কৰ নাই। কৰ্প’ৰেট টেক্স ৩০ৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰা হৈছে। আয়কৰ ৰিফাণ্ড খৰতকীয়া কৰা হৈছে। ১০ দিনৰ ভিতৰত আয়কৰ ৰিফাণ্ড দিব পৰা হৈছে। কৰ্প’ৰেট টেক্স ৩০ৰ পৰা ২২ শতাংশলৈ হ্ৰাস। আয়কৰ ৰিফাণ্ড খৰতকীয়া কৰা হৈছে। ১০ দিনৰ ভিতৰত আয়কৰ ৰিফাণ্ড দিব পৰা হৈছে। আয়কৰৰ সীমাৰ কোনো সলনি হোৱা নাই। ৭ লাখ টকালৈ কোনো আয়কৰ নাই। আয়ুষ্মান কাৰ্ডৰ অধীনত আহিব আশাকৰ্মী। আয়ুষ্মান কাৰ্ডৰ অধীনত আহিব অংগনবাড়ী কৰ্মী। ভাৰাঘৰ, বস্তিত থকা মধ্যবিত্তৰ বাবে গৃহ আঁচনি। PMAYৰ অধীনত ২ কোটিৰ নতুন ঘৰ।”

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Sponsor

Latest

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ বাবে তেওঁক বামুনি কোঁৱৰ (ব্ৰহ্ম ৰাজকুমাৰ) বুলি জনপ্ৰিয়ভাৱে জনা গৈছিল। তেওঁৰ ৰাজত্বকালত আহোম বংশত হিন্দু...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায় এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। এই অৱস্থা সচৰাচৰ লক্ষণবিহীন হৈ থাকে, যাৰ ফলত একে উচ্চ ৰক্তচাপ...

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5 শ্লোক সংস্কৃতত:धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव:॥ শ্লোক অসমীয়াত:ধৃষ্টকেতুছ চেকিতানঃ কাশিৰাজশ্চ বীৰ্যৱান।পুরুজিত্কুন্তিভোজশ্চ...

দাম বৃদ্ধি পাব জীও ৰ ( Jio Recharge Price hike ) , চাওক জুলাই মাহৰ পৰা কিমান দিব লাগিব

Jio Mobile Tariff Hike (Jio Price hike ) (adsbygoogle = window.adsbygoogle || ).push({}); ৰিলায়েন্স জিঅ’ ইনফ’কমে নতুন টেৰিফ প্লেন (জিঅ’ মোবাইল...