‘ধৰ্ষণকাৰীক কঠোৰতম শাস্তি দিব হব’ প্ৰতি দুবছৰৰ মূৰে মূৰে বদলি হ’ব  OC,  থাকিব নোৱাৰিব একেখন জিলাত, স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ

Date:

- Advertisement -

 

- Advertisement -



সোমবাৰে অসম আৰক্ষীৰ OC সকলৰ সৈতে এখন কনফাৰেন্সত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অহা তিনি মাহৰ ভিতৰত প্ৰতিখন থানালৈ আমি এখনকৈ গাড়ী প্রদান কৰা হব । লগতে প্ৰতি বছৰে দুই লাখ ৫০ হাজাৰকৈ টকা পাব থানাই। লগতে তিনিটাকৈ কম্পিউটাৰ দিয়া হব। এজন OC আৰু চাৰি জন SI থাকিব পৰাকৈ কোৱাৰ্টাৰ বনোৱাৰ ব্যবস্থা কৰি দিয়া হব ৷ এতিয়াৰ পৰা এখন থানাত দুবছৰতকৈ অধিক সময় থাকিব নোৱাৰিব OC-য়ে। প্ৰতি দুবছৰৰ মূৰে মূৰে OC সকল বদলি হ’ব ৷ আৰু ইয়াত কোনো ধৰণৰ ৰাজনৈতিক হেঁচা নাথাকিব ৷পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিহে পৰৱৰ্তী বদলি কৰা হ’ব।

সোণ ধৰিলেই আধা সোণ লুকুৱাই  গহনা বনাই , লগতে পুলিচ Verification ত হোৱা পলমৰ কথা কয় । কাৰোৰে পৰা চাহ নাখাব। দৰকাৰ হ’লে একাপ খোৱাব। পাৰ্চপোৰ্টৰ ভেৰিফিকেচনৰ ক্ষেত্ৰত যিসকল মানুহৰ ওপৰত সন্দেহ নাই, তেওঁলোকৰ ৰিপৰ্ট দিওঁতে দেৰি নকৰিব।Death Certificate ঘৰত দি থৈ আহিব কয় ৷

- Advertisement -


‘ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোৱাৰিব আৰক্ষীয়ে। কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব ধৰ্ষণকাৰীক। ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্ম নাই, ছমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিব। কেচ পেণ্ডিং pending নাৰাখিব । অসম আৰক্ষীক আমি এটা ‘professional organization’ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হৈছে । লগতে কয় যে,  ‘থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব OC সকলৰ। প্ৰতিটো গোচৰত জনসাধাৰণক বিশ্বাস প্ৰদানৰ দায়িত্ব OC সকলৰ।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...