‘ধৰ্ষণকাৰীক কঠোৰতম শাস্তি দিব হব’ প্ৰতি দুবছৰৰ মূৰে মূৰে বদলি হ’ব  OC,  থাকিব নোৱাৰিব একেখন জিলাত, স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ

Date:

- Advertisement -

 

- Advertisement -



সোমবাৰে অসম আৰক্ষীৰ OC সকলৰ সৈতে এখন কনফাৰেন্সত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অহা তিনি মাহৰ ভিতৰত প্ৰতিখন থানালৈ আমি এখনকৈ গাড়ী প্রদান কৰা হব । লগতে প্ৰতি বছৰে দুই লাখ ৫০ হাজাৰকৈ টকা পাব থানাই। লগতে তিনিটাকৈ কম্পিউটাৰ দিয়া হব। এজন OC আৰু চাৰি জন SI থাকিব পৰাকৈ কোৱাৰ্টাৰ বনোৱাৰ ব্যবস্থা কৰি দিয়া হব ৷ এতিয়াৰ পৰা এখন থানাত দুবছৰতকৈ অধিক সময় থাকিব নোৱাৰিব OC-য়ে। প্ৰতি দুবছৰৰ মূৰে মূৰে OC সকল বদলি হ’ব ৷ আৰু ইয়াত কোনো ধৰণৰ ৰাজনৈতিক হেঁচা নাথাকিব ৷পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিহে পৰৱৰ্তী বদলি কৰা হ’ব।

সোণ ধৰিলেই আধা সোণ লুকুৱাই  গহনা বনাই , লগতে পুলিচ Verification ত হোৱা পলমৰ কথা কয় । কাৰোৰে পৰা চাহ নাখাব। দৰকাৰ হ’লে একাপ খোৱাব। পাৰ্চপোৰ্টৰ ভেৰিফিকেচনৰ ক্ষেত্ৰত যিসকল মানুহৰ ওপৰত সন্দেহ নাই, তেওঁলোকৰ ৰিপৰ্ট দিওঁতে দেৰি নকৰিব।Death Certificate ঘৰত দি থৈ আহিব কয় ৷

- Advertisement -


‘ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোৱাৰিব আৰক্ষীয়ে। কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব ধৰ্ষণকাৰীক। ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্ম নাই, ছমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিব। কেচ পেণ্ডিং pending নাৰাখিব । অসম আৰক্ষীক আমি এটা ‘professional organization’ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হৈছে । লগতে কয় যে,  ‘থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব OC সকলৰ। প্ৰতিটো গোচৰত জনসাধাৰণক বিশ্বাস প্ৰদানৰ দায়িত্ব OC সকলৰ।

MUST READ  Richest Cities: A List Of The Top 10 Richest Cities In India 2021
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...