Daily Horoscope : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal

Date:

- Advertisement -

মেষ: সকলো সময়তে মান-অভিমান এৰাই চলক। গজাননক পূজা কৰক। শুভ বং সোণালী। আঁঠু, ভৰিত বিষ হ’ব পাৰে। আপোনাৰ ওপৰত আনব চকু পৰিব। শুভ সংখ্যা দুই।

Daily Horoscope : Today’s Horoscope in Assamese

- Advertisement -

বৃষ: সাহস আৰু বুদ্ধিৰ প্ৰসাৰ বৃদ্ধি পাব। গ্রহণী, জণ্ডিছ বোগত ভুগিব পাবে। শুভ বং গোলাপী। এচিডৰপৰা ভয়। উচ্চ শিক্ষাত সুনাম। উর্দ্ধতনব প্রশংসা পাব। শুভ সংখ্যা আঠ।

Daily Horoscope : Today’s Horoscope in Assamese

মিথুন: শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব। পিতৃ-মাতৃক অৱহেলা নকৰিব। শুভ বং মাখন। শ্রীগণেশক পূজা কৰক বিপদ দূৰ হ’ব। আত্মসম্মান বৃদ্ধি। খৰচ। শুভ সংখ্যা পাঁচ।

কর্কট: সমাজহিতৈষী আৰু ধর্মীয় চিন্তা বৃদ্ধি পাব। বহু দিশত আত্মসন্তুষ্টি নাপাব পাবে। শুভ বং মুগা। ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। আলহীৰ সমাগম। শুভ সংখ্যা চাৰি।

- Advertisement -

Daily Horoscope : Today’s Horoscope in Assamese

সিংহঃ সৎ লোকৰপৰা জ্ঞান লাভ কৰিব। শৈশৱব স্মৃতিয়ে নষ্টালজিক কবিব। শুভ বং আকাশী নীলা। গ্রহৰ জোৰত কার্যসিদ্ধি। আর্থিক উন্নতি। ভ্রমণ। শুভ সংখ্যা আঠ।

কন্যা: কর্ম সচেতনতা বৃদ্ধি পাব। ধন ধাৰলৈ দিলে শত্রু বৃদ্ধি পাব। শুভ বং গোলাপী। আনৰ প্ৰেৰণা পাব। ঘৰৰ লগুৱাৰ ওপৰত নজব বাখক। বিদ্যাত আনন্দ। শুভ সংখ্যা ছয়।

তুলা: বহু দিশত আত্মসন্তুষ্টি পাব। শত্রুক লৈ চিন্তা নাই। শুভ বং মুগা। আনৰপৰা বেছি আশা নকৰিব। বিদ্যাত সুনাম। সততা ৰক্ষা পৰিব। কাকো অবহেলা নকৰিব। শুভ সংখ্যা দুই।

- Advertisement -

বৃশ্চিক: কর্মত বলিষ্ঠ সংযোগ। খং বাগেৰে কাকো বশ কৰিব নোৱাৰিব। শুভ বং গোলাপী। মহাকালী মন্দিৰ দৰ্শন কৰক। বজ্র দান কৰক। পৰীক্ষাত সুনাম। শুভ সংখ্যা ছয়।

ধনুঃ আনব সমাদব পাব। শত্ৰৰ চকু আপোনাৰ ওপৰত। শুভ বং আকাশী নীলা। ত্যাগ আৰু সহৃদয়তাই মনোবল বৃদ্ধি কৰিব। কঁকাল, আঁঠুৰ বিষ হ’ব পাৰে। ব্যয়। শুভ সংখ্যা চাৰি।

মকৰঃ উৎকণ্ঠা, চঞ্চলতা, অভিমান এবাই চলক। মিছা কথাত আনে বদনাম দিব পাবে। শুভ বং মেঝল। গজাননক পূজা কৰক। বিদেশ ভ্রমণৰ যোগ। আর্থিক উন্নতি। শুভ সংখ্যা ছয়।

MUST READ  আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। Today's Horoscope in Assamese

কুম্ভ: ব্যক্তিগত আৰু ৰাজহুৱা দিশত সহমর্মিতা প্রকাশ পাব। কোনো পদ যাত্রাত অংশ গ্রহণ নকৰিব। শুভ ৰং মুগা। যান-বাহন লাদা। আনক প্রশংসা কৰক। খৰচ। শুভ সংখ্যা আঠ।

মীন: আপোনাৰ ওপৰত আনৰ ঈর্ষা হ’ব। লোভ, মোহ, উন্মাদ, খং আদি কমাওক। শুভ বং গোলাপী। চঞ্চলা মহিলাৰপৰা সাবধান। হাপানী, অর্শ ৰোগত ভূগিব পাবে। শুভ সংখ্যা দুই।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...