Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আজিৰ দিনটো ।

Date:

- Advertisement -

মেষ: আপোনাৰ সুনামত আনে কালিমা সানিব পাৰে। মিতব্যয়ী হওক। শুভ ৰং ৰঙা। আলহীৰ সমাগম। কোনো মাংগলিক কর্মত ব্রতী। নীতি-নিয়ম মানক। শুভ সংখ্যা দুই।

বৃষ: যিমান ভাল কৰিলেও আনৰ সমালোচনা থাকিব। তামৰ পাত্ৰত পানী খাওক। শুভ ৰং কমলা। সূর্য পূজা কৰক। আবেগ কমাওক। দক্ষতা বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা ছয়।

- Advertisement -

মিথুন: সৎ লোকৰ আদৰ্শ গ্রহণ কৰক। যিকোনো লোকক প্রশ্রয় নিদিব। শুভ ৰং ৰঙা। দৰিদ্ৰ লোকক সহায় কৰক। ইলেক্ট্রনিক সামগ্ৰীৰপৰা সাৱধান। ভ্রমণ। শুভ সংখ্যা চাৰি।

কর্কট: কর্মত বিশেষ সফলতা প্রাপ্তি। প্রভাৱ বিস্তাৰৰ সুযোগ পাব। শুভ ৰং মাখন। জটিল বিষয় মূৰ পাতি নল’ব। নাট্যকাৰ, প্রযোজকৰ সুনাম। শত্রু কমিব। শুভ সংখ্যা ছয়।

সিংহ: গুৰু প্ৰভাৱত মনৰ সন্তুষ্টি পাব। প্রতিযোগী মনোভাব। শুভ ৰং আকাশী নীলা। আগ্নেয়াস্ত্ৰ আদিৰপৰা ভয়। দূৰদৰ্শী হওক। ৰোগৰ উপশম। বিদ্যাত সুনাম। শুভ সংখ্যা পাঁচ।

কন্যা: কৰ্ম তৎপৰতা উন্নত। আনৰ সুখ-শান্তিত ব্যাঘাত নকৰিব। শুভ ৰং সোণালী। কোনো আত্মীয়ৰ শাৰীৰিক সংকট। গুৰুপাকী খাদ্য বৰ্জন কৰক। তীর্থ ভ্রমণ। শুভ সংখ্যা দুই।

- Advertisement -

তুলা: আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব। প্রতিশ্রুতি পালন কৰক। শুভ ৰং কমলা। প্রতিযোগিতামূলক পৰীক্ষাত সুনাম। ইলেক্ট্রনিক সামগ্ৰীৰপৰা ক্ষতি যোগ। শুভ সংখ্যা চাৰি।

বৃশ্চিক: প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ পাব। সৎ লোকৰ আদৰ্শ গ্ৰহণ কৰক। শুভ ৰং গোলাপী। স্বাস্থ্যৰ ওপৰত নজৰ ৰাখক। সূর্য প্ৰণাম কৰক। অর্থ নাশ। শুভ সংখ্যা ছয়।

ধনু: মানসিক স্থিতি সুস্থিৰ ৰখাত গুৰুত্ব দিয়ক। মাটি দালালৰ মানহানি। শুভ ৰং কমলা। ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। সংযমী হওক। পৰচৰ্চা নকৰিব। ব্যয়। শুভ সংখ্যা আঠ।

মকৰ : বুদ্ধিৰ প্ৰসাৰত গুৰু সহায়। নিজৰ শক্তিক সমালোচনা কৰক। শুভ ৰং মেৰুণ। দুচকীয়া বাহনত দুর্ঘটনা যোগ। আলহীৰ সমাগম। সূর্য সেৱা কৰক। শুভ সংখ্যা চাৰি।

- Advertisement -

কুম্ভ: তোষামোদকাৰীৰপৰা আঁতৰি থাকক। মনৰ পৰা জেদভাব ত্যাগ কৰক। শুভ ৰং ৰঙা। পৰিশ্ৰমৰ মাত্রা বৃদ্ধি পাব। ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। বিজ্ঞানীৰ সুনাম। শুভ সংখ্যা দুই।

মীন: ব্যক্তিত্ব প্ৰকাশৰ যোগ। অভিনয়, গীত-মাত আদিত দক্ষতা বৃদ্ধি। শুভ ৰং কমলা। হতাশা, ক্ষোভ আদি নিয়ন্ত্ৰণত ৰাখক। ৰক্তচাপ বৃদ্ধি যোগ। খৰচ বাঢ়িব। শুভ সংখ্যা ছয়।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Weekly Horoscope : ১৭ জুনৰ পৰা ২৩ জুনলৈ সাপ্তাহিক ৰাশিফল

Weekly Horoscope :Weekly Horoscope : Weekly Horoscope from 17th...

Daily Horoscope : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal ১৫ জুনৰ ৰাশিফল

১৫ জুনৰ ৰাশিফল: মেষ (২১ মাৰ্চ - ১৯ এপ্ৰিল):আজি আপুনি...

Daily Horoscope 14 June : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal

মেষঃ দেশ ভ্ৰমণৰ পৰিস্থিতি সুখদায়ক আৰু উৎসাহজনক হ’ব। বৃষ ৰাশিঃ...