Today ‘s Horoscope in Assamese আজিৰ দিনটোৰ rashifal

Date:

- Advertisement -

মেষ: মনোবৃত্তি সংশোধন কৰক। আনে অপমান কৰিব পাৰে। শুভ ৰং মুগা। মূল্যবান সম্পত্তি লাভৰ যোগ। গবেষকৰ উন্নতি। সমস্যা সমাধান। শুভ সংখ্যা পাঁচ।

বৃষঃ মনৰ সন্তুষ্টিত আনৰ প্রভাৱ পৰিব। ভোজনত সতর্ক থাকক। শুভ বং মেবণ। গবেষকে মনোগ্রাহী তথ্য পাব। স্বভাব সলনি কৰক। উৎকণ্ঠা কমাওক। শুভ সংখ্যা ছয়।

- Advertisement -

মিথুন: দক্ষতাবে কর্ম সম্পাদন কৰিব পাৰিব। বজৰংগবলীক স্মৰণ কৰক। শুভ ৰং কমলা। আনৰ স্বাধীনতাত হস্তক্ষেপ নকৰিব। পানীৰপৰা ভয়। শুভ সংখ্যা দুই।

কর্কট: সামাজিক-ৰাজনৈতিক দিশত দায়বদ্ধতা বৃদ্ধি পাব। শুভ বং গোলাপী। যান-বাহনত সাবধান। পিন্ধি থকা বস্তু দান কৰক গ্রহদোষ আঁতৰিব। শুভ সংখ্যা ছয়।

সিংহ: আনৰ প্রতি দায়বদ্ধতা বৃদ্ধি। প্রতিযোগী মনোভাব। শুভ বং আকাশী নীলা। শোৱা কোঠাত ভঙা চকী নাৰাখিব। অবাবত ধনৰ ভৰণি। তীর্থ ভ্রমণ। শুভ সংখ্যা দুই।

কন্যা: কর্মব দ্বাৰা নিজ শক্তিৰ পৰিচয় দিব পাৰিব। আনৰ অন্যায় নকৰিব। শুভ বং কমলা। বগলা দেবীক স্মৰণ কৰক। খং কমাওক। পদোন্নতি। শুভ সংখ্যা চাৰি।

- Advertisement -

তুলা: উৎসাহেবে কর্ম সম্পাদন কৰিব পাৰিব। দুর্ঘটনাৰ পৰা বক্ষা পৰিব। শুভ বং সোণালী। যিকোনো লোকক প্রশয় নিদিব। যান-বাহন লাভ। শুভ সংখ্যা দুই।

বৃশ্চিক: সমাজহিতৈষী চেতনা মনলৈ আহিব। দুষ্ট লোকে লম্ভিব পাবে। শুভ বং গোলাপী। জ্বব, কাহ, বিষ-বেদনাত ভুগিব পাবে। লোভ কমাওক। খৰচ। শুভ সংখ্যা ছয়।

ধনুঃ প্রভাৱ বিস্তাৰ কৰিব পাৰিব। চোকা অস্ত্ৰৰপৰা সাৱধান। শুভ বং সোণালী। কর্মত নিষ্ঠা ৰাখক। আনৰ পৰা সহযোগ পাব। পদোন্নতি। খৰচ। শুভ সংখ্যা চাৰি।

মকৰঃ বাজনৈতিক দিশত স্থিতি উন্নত। মাছ-মাংস-কণী একেলগে নাখাব। শুভ বং কমলা। আনক অপদার্থ গণ্য নকৰিব। দুর্ঘটনাৰপৰা বক্ষা পৰিব। শুভ সংখ্যা আঠ।

- Advertisement -

কুম্ভ: দক্ষতা আৰু সাহসক সাৰথি কবি লওক। আয়-ব্যয় সমতা ৰক্ষা কৰক। শুভ বং বঙা। শত্রুক লৈ চিন্তা নাই। দার্শনিক ভাবধাৰাৰ উন্নতি। ভ্রমণ। শুভ সংখ্যা দুই।

মীন: ব্যক্তিত্ব প্রকাশ। বিদ্যুৎ, জুই আদিব পৰা সাবধান। শুভ বং কমলা। আনৰ সুনাম নষ্ট নকৰিব। নদীত বঙা ফুলৰ মালা অর্পণ কৰক। অর্থ নাশ। শুভ সংখ্যা ছয়।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Weekly Horoscope : ১৭ জুনৰ পৰা ২৩ জুনলৈ সাপ্তাহিক ৰাশিফল

Weekly Horoscope :Weekly Horoscope : Weekly Horoscope from 17th...

Daily Horoscope : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal ১৫ জুনৰ ৰাশিফল

১৫ জুনৰ ৰাশিফল: মেষ (২১ মাৰ্চ - ১৯ এপ্ৰিল):আজি আপুনি...

Daily Horoscope 14 June : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal

মেষঃ দেশ ভ্ৰমণৰ পৰিস্থিতি সুখদায়ক আৰু উৎসাহজনক হ’ব। বৃষ ৰাশিঃ...