Today ‘s Horoscope in Assamese আজিৰ দিনটোৰ rashifal

Date:

- Advertisement -

মেষ: মনোবৃত্তি সংশোধন কৰক। আনে অপমান কৰিব পাৰে। শুভ ৰং মুগা। মূল্যবান সম্পত্তি লাভৰ যোগ। গবেষকৰ উন্নতি। সমস্যা সমাধান। শুভ সংখ্যা পাঁচ।

বৃষঃ মনৰ সন্তুষ্টিত আনৰ প্রভাৱ পৰিব। ভোজনত সতর্ক থাকক। শুভ বং মেবণ। গবেষকে মনোগ্রাহী তথ্য পাব। স্বভাব সলনি কৰক। উৎকণ্ঠা কমাওক। শুভ সংখ্যা ছয়।

- Advertisement -

মিথুন: দক্ষতাবে কর্ম সম্পাদন কৰিব পাৰিব। বজৰংগবলীক স্মৰণ কৰক। শুভ ৰং কমলা। আনৰ স্বাধীনতাত হস্তক্ষেপ নকৰিব। পানীৰপৰা ভয়। শুভ সংখ্যা দুই।

কর্কট: সামাজিক-ৰাজনৈতিক দিশত দায়বদ্ধতা বৃদ্ধি পাব। শুভ বং গোলাপী। যান-বাহনত সাবধান। পিন্ধি থকা বস্তু দান কৰক গ্রহদোষ আঁতৰিব। শুভ সংখ্যা ছয়।

সিংহ: আনৰ প্রতি দায়বদ্ধতা বৃদ্ধি। প্রতিযোগী মনোভাব। শুভ বং আকাশী নীলা। শোৱা কোঠাত ভঙা চকী নাৰাখিব। অবাবত ধনৰ ভৰণি। তীর্থ ভ্রমণ। শুভ সংখ্যা দুই।

কন্যা: কর্মব দ্বাৰা নিজ শক্তিৰ পৰিচয় দিব পাৰিব। আনৰ অন্যায় নকৰিব। শুভ বং কমলা। বগলা দেবীক স্মৰণ কৰক। খং কমাওক। পদোন্নতি। শুভ সংখ্যা চাৰি।

- Advertisement -

তুলা: উৎসাহেবে কর্ম সম্পাদন কৰিব পাৰিব। দুর্ঘটনাৰ পৰা বক্ষা পৰিব। শুভ বং সোণালী। যিকোনো লোকক প্রশয় নিদিব। যান-বাহন লাভ। শুভ সংখ্যা দুই।

বৃশ্চিক: সমাজহিতৈষী চেতনা মনলৈ আহিব। দুষ্ট লোকে লম্ভিব পাবে। শুভ বং গোলাপী। জ্বব, কাহ, বিষ-বেদনাত ভুগিব পাবে। লোভ কমাওক। খৰচ। শুভ সংখ্যা ছয়।

ধনুঃ প্রভাৱ বিস্তাৰ কৰিব পাৰিব। চোকা অস্ত্ৰৰপৰা সাৱধান। শুভ বং সোণালী। কর্মত নিষ্ঠা ৰাখক। আনৰ পৰা সহযোগ পাব। পদোন্নতি। খৰচ। শুভ সংখ্যা চাৰি।

মকৰঃ বাজনৈতিক দিশত স্থিতি উন্নত। মাছ-মাংস-কণী একেলগে নাখাব। শুভ বং কমলা। আনক অপদার্থ গণ্য নকৰিব। দুর্ঘটনাৰপৰা বক্ষা পৰিব। শুভ সংখ্যা আঠ।

- Advertisement -

কুম্ভ: দক্ষতা আৰু সাহসক সাৰথি কবি লওক। আয়-ব্যয় সমতা ৰক্ষা কৰক। শুভ বং বঙা। শত্রুক লৈ চিন্তা নাই। দার্শনিক ভাবধাৰাৰ উন্নতি। ভ্রমণ। শুভ সংখ্যা দুই।

MUST READ  এনাৰ্জি ড্ৰিংকছ খোৱাৰ আগতে ১০০ বাৰ ভাবি চাওক, চিকিৎসকে সকীয়াই দিছে - হঠাতে হাৰ্ট এটেক হ’ব পাৰে।

মীন: ব্যক্তিত্ব প্রকাশ। বিদ্যুৎ, জুই আদিব পৰা সাবধান। শুভ বং কমলা। আনৰ সুনাম নষ্ট নকৰিব। নদীত বঙা ফুলৰ মালা অর্পণ কৰক। অর্থ নাশ। শুভ সংখ্যা ছয়।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...