আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। Today’s Horoscope in Assamese

Date:

- Advertisement -

Today’s Horoscope in Assamese : শুভমন্ত্র, ভাস্কৰাব্দ ১৪৩০, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৪, হিজৰী ১৪৪৫।। আজি ২২ ফাগুন, ৬ মার্চ, ২৪ শাবান, বুধবাৰ।। গুৱাহাটীত সূর্যোদয় ৫/৪২/৩৫ বজাত।। সূর্যাস্ত ৫/২৬/০০ বজাত।। সূর্যোদয়কালীন কৃষ্ণ পক্ষৰ দশমী তিথি (পুরা ৬.৩১ লে), ২০নং পূর্বষাড়া নক্ষত্র (দিনৰ ২.৫২ বজালৈ), ধনু বাশি, (নিশা ৮.২৮ বজালৈ) ব্যতীপাত যোগ, বিষ্টি করণ।। আজি ১৪৩০ ভাস্কবাব্দৰ সপ্তবিংশত্যাধিকত্রিশততম দিবস। সংখ্যাতত্ত্বৰ মতে আজি শনি গ্রহৰ অশান্তি কাৰক দিন।।

মেষ: মেষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি হ’ব পাবে। নিশালৈ কিছু শুভ কাৰক হ’ব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্রত মধ্যমীয়া। শিক্ষার্থীব উচ্চ বিদ্যাৰ প্রতি আগ্রহ বাঢ়িব। ৰাজনৈতিক আৰু সামাজিক কর্মত থকা ব্যক্তিৰ চিন্তা বৃদ্ধি হ’ব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰ লগত জড়িতসকলৰ আর্থিক উন্নয়নহোৱাৰ যোগ। কর্ম আৰু ব্যৱসায়ত লাভবান হ’ব।

- Advertisement -

বৃষ: বৃষ বাশিব আজিৰ দিনটো শাৰীৰিক ক্ষেত্রত অশান্তি কাবক যদিও নিশা ১০ বজাৰ পৰা কিছু শুভ কাৰক হ’ব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত কিছু অশান্তি থাকিব। শিক্ষার্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ আনন্দ লাভৰ যোগ। বাজনীতিক আৰু সমাজকর্মীৰ উন্নতি কাবক। কর্ম আৰু ব্যবসায়ত সামান্য উন্নতি হ’ব।

মিথুন: মিথুন ৰাশিৰ আজি দিনটো শাৰীৰিক ক্ষেত্রত শুভ। মানসিক, প্রেম-প্রীতি আৰু ঘৰুৱা দিশত সুখ-শান্তি থাকিব। বিদ্যার্থীব প্রতিযোগিতামূলক মনোভাব বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীব কিছু উন্নতি কাৰক হ’ব। বাজনীতিকবো অশান্তিব যোগ। বাণিজ্য আৰু কর্মক্ষেত্রত কিছু উন্নত হ’ব। কর্কট: কর্কট বাশিব আজিব দিনটোতকৈ নিশালৈ শৰীবব বিশেষ শুভ কাৰক হ’ব। মানসিক শক্তি বৃদ্ধিৰ যোগ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব পাবে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্রত উদ্বুদ্ধ হ’ব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। বাজনীতিকৰ কর্মতৎপৰতা বাড়িব। কর্মক্ষেত্র আক বাণিজ্যিক দিশত শুভ কাৰক হ’ব।

সিংহ: সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰত শান্তি থাকিব। নিশালৈ অলপ অসুস্থ হ’ব পাবে। মনৰ দুশ্চিন্তা থাকিব। প্রেম আক পানিবাবিকত শুভ কাৰক। শিক্ষার্থীৰ অধ্যয়নৰ প্রতি আকৃষ্ট হ’ব। সাহিত্যিক, শিল্পী, ক্রীড়াবিদ, নতুন কর্মব প্রতি আকৃষ্ট হ’ব। বাজনীতিক আৰু সমাজকর্মীৰ উৎসাহ বাঢ়িব যদিও মনব দুশ্চিন্তা থাকিব। কর্ম আৰু বাণিজ্যত কিছু শুভ কাৰক। কন্যা: কন্যা বাশিৰ আজি শবীবব শুভ কাৰক হ’ব। মানসিক, প্রেম- প্রীতি আৰু পাবিবাবিক দিশত সুখ-শান্তি কাবক। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে শুভ কাৰক হ’ব। বিদ্যার্থীৰ মনব উৎসাহ-আনন্দ থাকিব। বাজনীতিক আৰু সমাজকর্মীব সফলতা লাভ। বাণিজ্য আৰু কর্মক্ষেত্রত লাভবান হ’ব।

MUST READ  Mulank 2 :২ নম্বৰ থকা মানুহৰ ব্যক্তিত্ব আৰু বৈবাহিক জীৱন ?

তুলা: তুলা বাশিৰ আজিৰ দিনটো শৰীৰ অলপ অসুস্থতা থাকিব পাবে। নিশালৈ শান্তি কাবক হ’ব। মানসিক, প্রেম-প্রীতি আৰু সাংসাবিক ক্ষেত্রত শুভ কাবক। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্রত চিন্তা বৃদ্ধি হ’ব পাবে। সাহিত্য, ফ্রীড়া-সংস্কৃতিৰ লগত যুক্তসকলৰ উন্নয়নত বাধা, অশান্তির যোগ। বাণিজ্য আক কর্মক্ষেত্রত উন্নতি হ’ব।

- Advertisement -

বৃশ্চিক: বৃশ্চিক বাশিব আজি শৰীৰৰ কিছু অশান্তি থাকিব। মনবো অস্থিবতাব যোগ। প্রেম-প্রীতি আৰু পাবিবাবিকত শুভ কাবক। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্রত তৎপৰতা বৃদ্ধি পাব। সাহিত্যিক, খেলুরৈ আক শিল্পীৰ মানসিক অশান্তি হ’ব পাবে। সাহিত্য-সংস্কৃতি আৰু সমাজকর্মীৰ লগত যুক্তসকলৰ সম্মান লাভৰ যোগ। বাজনীতিক আৰু সংবাদকর্মীৰ মধ্যমীয়া। কর্ম আৰু বাণিজ্যত কিছু শুভ কাবক। ধনু: ধনু বাশিব আজিৰ দিনটো শৰীবন শুভ কাবক। সন্ধিয়াৰ পৰা অলপ অশান্তি হ’ব পাবে। প্রেম-প্রীতি আৰু সাংসাবিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থীৰ উচ্চ বিদ্যাব ক্ষেত্রত চিন্তা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকৰ মান-সম্মান লাভব যোগ। বাজনৈতিক ব্যক্তি চিন্তান্বিত হ’ব। কর্ম আৰু বাণিজ্যত কিছু সফলতা লাভ কৰিব।

মকব: মকব বাশিৰ আজি শাবীবিক দিশত মধ্যমীয়া হ’ব। মনব অশান্তি নিশালৈ কমিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্রত শুভ কাবক। বিদ্যার্থীৰ প্রতিযোগিতামূলক মনোভাব বাঢ়িব। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিবতাৰ মাজতো সফলতা লাভৰ যোগ। বাজনীতিকব লাভৰ যোগ। বাণিজ্য আৰু কর্মক্ষেত্রত শুভ কাবক।

কুম্ভ: কুম্ভ বাশিৰ আজি শৰীৰৰ অলপ অশান্তি থাকিব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাবিকত শুভ কাবক। শিক্ষার্থীৰ মনব অশান্তি হ’ব পাৰে। ক্রীড়া, সাহিত্য, সংস্কৃতিবে যুক্তসকলৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকে নিজৰ লাভ আদায় কবিব। কর্ম আৰু বাণিজ্যত উন্নতি কাবক

মীন: মীন ৰাশিৰ আজি দিনটোত শৰীৰৰ কিছু অশান্তি হ’লেও নিশাৰ পৰা শুভ কাৰক হ’ব। মনৰ অশান্তি কিছু থাকিব। প্রেম-প্রীতি আক সাংসাৰিক দিশত শুভ। শিক্ষার্থী ৰ উচ্চ বিদ্যাৰ ক্ষেত্রত শুভ হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ কর্মত উন্নতিমূলক হ’ব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। বাণিজ্য আৰু কর্মত কিছু লাভবান হ’ব।

MUST READ  Astrology By Time : জন্ম হোৱা সময় লৈ কেনেকৈ আপোনাৰ ভৱিষ্যত জানিব পাৰি ?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...