আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। Today’s Horoscope in Assamese

Date:

- Advertisement -

Today’s Horoscope in Assamese

মেষ: মেঘ ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম আক পাৰিবাৰিকতো শুভ কাৰক হ’ব। শিক্ষার্থী আৰু শিল্পীৰ উন্নতি কাৰক শুভ সংযোগৰ যোগ। সাহিত্যিক, বাজনীতিক আৰু সমাজকর্মী ব কর্মত উৎসাহ বৃদ্ধি হ’ব। বাণিজ্য, কর্ম আৰু আর্থিক দিশত সামান্য বাধা হ’ব। সংখ্যাতত্ত্বৰ সুখ-শান্তিৰ দিন।

বৃষ: বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক। মনৰ অশান্তি আৰু হতাশা আহিব পাবে। প্রেম-প্রীতি আৰু ঘৰুয়া দিশত অশান্তিকৰ হ’ব। শিক্ষার্থীৰ শুভ কাৰক হ’ব। সাহিত্যিক, শিল্পীৰ মনৰ অশান্তি কমিব। কর্ম, আর্থিক আৰু ব্যবসায়-বাণিজ্যত অলপ লাভবান হ’ব পাৰিব। সংখ্যাতত্ত্বৰ মতে শুভ হ’ব।

- Advertisement -

মিথুনঃ মিথুন ৰাশিৰ আজি দিনটোত শবীৰত সামান্য ৰোগ হ’ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ দুর্ভাবনাৰ মাজতেই কিছু উন্নতি হ’ব। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ। বাজনীতিক আৰু সমাজকর্মী সফলতা কাবক। আর্থিক, বাণিজ্য আক কর্মত সামান্য উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

কর্কট : কর্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক। মনৰ অশান্তি হ’ব পাবে। পাৰিবাৰিক আৰু প্রেমত খেলিমেলি থাকিব। শিক্ষার্থীৰ উচচ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কারক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ মনব অশান্তি আৰু কষ্টৰ মাজতে সফলতাৰ আশা দেখিব। ৰাজনীতিকবো দুশ্চিন্তা হ’ব পাবে। আর্থিক, কর্মক্ষেত্র আক বাণিজ্যত কিছু শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

সিংহ: সিংহ ৰাশিৰ আজিৰ দিনটোত শবীবৰ ৰোগ বৃদ্ধিৰ কাৰক। মানসিক, প্রেম-প্রীতি আৰু সাংসারিক দিশত শুভ কাৰক। শিক্ষার্থীর সন্তুষ্টি লাভ। সাহিত্যিক, শিল্পীব অশান্তিৰ মাজতো সামান্য উন্নতিৰ যোগ। বাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ যোগ দেখা যায়। কর্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত কিছু লাভবান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত কাবক।

কন্যা: কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ যদিও সামান্য পেটব অশান্তি হ’ব পাৰে। মানসিক, পাৰিবাৰিক আৰু প্রেমত মধ্যমীয়া। শিক্ষার্থীৰ উচ্চ শিক্ষাত শুভ কাবক। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততা বৃদ্ধিব যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰ সফলতা লাভ। বাণিজ্য, আর্থিক আৰু কর্মক্ষেত্রত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক হ’ব।

- Advertisement -
MUST READ  Astrology By Time : জন্ম হোৱা সময় লৈ কেনেকৈ আপোনাৰ ভৱিষ্যত জানিব পাৰি ?

তুলা : তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্রত শুভ কাৰক। বিদ্যার্থীব পৰীক্ষাৰ প্রস্তুতিত শুভ কাৰক হ’ব। সাহিত্য, ক্রীড়া, সংস্কৃতি আৰু সংবাদ সেরাব লগত যুক্তসকলব সফলতাবো যোগ দেখা যায়। কর্ম, ব্যবসায় আৰু আর্থিক দিশত অলপ শুভ হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ যোগ।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাবিকত অশান্তি হ’ব পাৰে। শিক্ষার্থীব অধ্যয়নৰ ক্ষেত্রত শুভ। সাহিত্য-সংস্কৃতি আৰু সমাজকর্মৰ লগত যুক্তসকল লাভবান হ’ব। কর্ম, বাণিজ্য আৰু আর্থিকত সামান্য উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অতি শান্তি কাৰক।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যম। বিদ্যার্থীৰ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ ভবিষ্যতক লৈ চিন্তা আৰু অশান্তি বাঢিব। বাজনৈতিক ব্যক্তিবো অশান্তি হ’ব। কর্ম, বাণিজ্য আৰু আর্থিকত বাধ্যব মাজতো লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে উন্নতি কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজি দিনটো শাবীবিক দিশত অশান্তি কাবক মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্রত কিছু সহায়ক হ’ব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ চিন্তা আৰু অশান্তি বৃদ্ধিৰ যোগ। বাজনীতিকৰো অশান্তি হ’ব পাবে। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্রত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বব মতে অশুভ কাবক হ’ব।

- Advertisement -

কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতা থাকিব। প্রেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ মনৰ সন্তুষ্টি বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিবে যুক্তসকলৰ উৎসাহ বৃদ্ধিৰ কাৰক। বাজনীতিকে সফলতা লাভ কৰাৰ যোগ। কর্ম বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক হ’ব।

মীন: মীন ৰাশিৰ আজি দিনটো শৰীৰ শুভ যদিও সামান্য অস্থিৰতা থাকিব পাৰে। মনৰ অশান্তি বৃদ্ধিৰ যোগ। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। বিদ্যার্থীৰ পৰীক্ষাৰ প্রস্তুতিত সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ যথেষ্ট চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। কর্ম, বাণিজ্য আৰু আর্থিক দিশত কষ্ট বৃদ্ধি পাব পাবে। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

MUST READ  Rashifal 11 may 2022 : 11 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...