ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে
চাৰিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।বাংগালুৰুত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছে
কেৰালাত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাইছিল আৰু ভাইৰেল কৰিছিল ভিডিঅ’।ইফালে, ভিডিঅ’টোত দেখা গৈছে যে, যুৱতীগৰাকীক নিৰ্যাতন চলাইছিল চাৰিজন যুৱকৰ সৈতে এগৰাকী যুৱতীয়েও।কেৰালাত সংঘটিত হৈছিল এই জঘন্য কাণ্ড।
বৃহস্পতিবাৰে বাংলাদেশ আৰক্ষীয়েও নিৰ্যাতিতা যুৱতী আৰু এজন অভিযুক্ত যুৱকক কৰিছিল চিনাক্ত কৰিছে ।
বুধবাৰে ভাইৰেল হোৱা এই ভিডিঅ’টোত নিৰ্যাতিত যুৱতীগৰাকীক পৰিচয় ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, নিৰ্বাতিতাগৰাকী বাংলাদেশৰ ঢাকাৰ।
এই যুৱক কেইজনৰ ভিতৰত এজন বাংলাদেশৰে নিবাসী। এই পাষণ্ডটোৰ নাম ৰিফাকুল ইছলাম। ভাইৰেল হোৱা ভিডিঅ’টো চাইয়ে আৰক্ষীয়ে কৰিছে অভিযুক্ত যুৱকজনক চিনাক্ত কৰিছে ।