উলংগ কৰি যুৱতীক বৰ্বৰভাৱে অত্যাচাৰ মানৱীয়, নিষ্ঠুৰ আৰু বীভৎস! এটা ভাইৰেল ভিডিঅ’ । চাৰিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ ।

Date:

- Advertisement -

ভাইৰেল ভিডিঅ’ৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে

চাৰিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।বাংগালুৰুত  আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছে
কেৰালাত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাইছিল আৰু ভাইৰেল কৰিছিল ভিডিঅ’।ইফালে, ভিডিঅ’টোত দেখা গৈছে যে, যুৱতীগৰাকীক নিৰ্যাতন চলাইছিল চাৰিজন যুৱকৰ সৈতে এগৰাকী যুৱতীয়েও।কেৰালাত সংঘটিত হৈছিল এই জঘন্য কাণ্ড।
বৃহস্পতিবাৰে বাংলাদেশ আৰক্ষীয়েও নিৰ্যাতিতা যুৱতী আৰু এজন অভিযুক্ত যুৱকক কৰিছিল চিনাক্ত কৰিছে ।
 বুধবাৰে ভাইৰেল হোৱা এই ভিডিঅ’টোত নিৰ্যাতিত যুৱতীগৰাকীক পৰিচয় ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, নিৰ্বাতিতাগৰাকী বাংলাদেশৰ ঢাকাৰ। 
এই যুৱক কেইজনৰ ভিতৰত এজন বাংলাদেশৰে নিবাসী। এই পাষণ্ডটোৰ নাম ৰিফাকুল ইছলাম। ভাইৰেল হোৱা ভিডিঅ’টো চাইয়ে আৰক্ষীয়ে কৰিছে অভিযুক্ত যুৱকজনক চিনাক্ত কৰিছে ।
MUST READ  Explained | ভাৰতত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কেনেদৰে নিযুক্তি দিয়া হয়?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...