ভুৱা: চৰকাৰে হোৱাটছএপ ৰ কোনো ধৰণৰ কল ৰেকৰ্ডিং নকৰে ।পঢ়ক সবিশেষ ৷

Date:

- Advertisement -

নতুন তথ্য প্ৰযুক্তি নিয়ম কাৰ্যকৰী হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মনিষিদ্ধ কৰা হ’ব নে নাই আৰু হোৱাটছএপ ব্লক কৰা হ’ব নে নাই তাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপিত হৈছে।

ইয়াৰ মাজতে, হোৱাটছএপৰ বাবে জাননী দিয়া নতুন নিয়মবোৰৰ বিষয়ে এক উদ্ভট বাৰ্তা প্ৰচলিত হৈ আছে। এইটোৱে কয় যে চৰকাৰে সকলো হোৱাটছএপ কল ৰেকৰ্ড কৰিব আৰু আপোনাৰ ডিভাইচসমূহ মন্ত্ৰালয় প্ৰণালীৰ সৈতে সংযোগ হ’ব। লগতে এইটোও কোৱা হৈছে যে যদি আপোনাৰ হোৱাটছএপ মেচেজত তিনিটা টিক হয়, তেন্তে  মেচেজ টো goverment লৈ যাব  আৰু যদি দুটা নীলা আৰু এটা ৰঙা টিক থাকে, চৰকাৰে আপোনাৰ তথ্য check কৰি আছে। অৱশেষত তিনিটা ৰঙা টিকৰ ক্ষেত্ৰত, চৰকাৰে আপোনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। আৰু আপুনি court লৈ যাব লাগিব।
এইটো এটা সম্পূৰ্ণ ভুৱা আৰু উদ্ভট বাৰ্তা আৰু চৰকাৰে নিয়মত এইবোৰৰ এটাও জাননী দিয়া নাই। কলবোৰ ৰেকৰ্ড কৰা হ’ব আৰু অতিৰিক্ত টিক প্ৰণালী প্ৰৱৰ্তন কৰাৰ বিষয়েও উল্লেখ কৰা নাই।
বৰ্তমান  আপোনাৰ বাৰ্তাৰ বিপৰীতে দুটা টিক ওলায় তেতিয়া আপোনাৰ বাৰ্তাটো দেখা বা পঢ়া হৈছে বুলি সূচক হব। 
এনে ফৰৱাৰ্ডত বিশ্বাস নকৰিব কিয়নো সেইবোৰ স্পষ্টভাৱে ভুৱা। সঠিক তথ্যৰ বাবে আইটি নিয়ম 2021 চাওক।
MUST READ  Draupadi Murmu: জনজাতীয় সমাজৰ অন্তৰ্গত, ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল, দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হবলৈ গৈ আছে ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...