Assamese Quotes : দৈনন্দিন জ্ঞান আৰু বাণী

Date:

- Advertisement -


Assamese Quotes Natun Assam



  • “জীৱনটো আচলতে খুব চুটি; কেৱল জীৱনৰ দুখ যন্ত্ৰণাবোৰেহে খুব দীঘলীয়া যেন কৰে।”   পাব্ৰিয়াছ ছাইৰাছ।

  • যদি ঈশ্বৰে আপোনাক অধিক সময় অপেক্ষা কৰিবলৈ বাধ্য কৰাই, তেন্তে সাজু থাকক যে , তেওঁ আপুনি  বিচৰাতকৈ অধিক পাব  !!

  • জীৱনক ভয় নকৰিবা। জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰাখা এই বিশ্বাসে তোমাক উন্নতিৰ পথত আগুৱাই লৈ যাব।” — উইলিয়াম জেমছ্ ।

  • “জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ কেতিয়াবা ভয়ঙ্কৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ’লে আমাৰ দৃষ্টি হ’ব লাগিব প্ৰখৰ আৰু নিৰ্মল।” — –হোমেন বৰগোহাঞিি

  • “Dreams are not what you see after you sleep, dreams that don’t let you sleep”

  • “সপোন সেইবোৰ নহয় যি আপুনি শোৱাৰ পিছত দেখে, সপোন সেইবোৰ যি আপোনাক শুবলৈ নিদিয়ে”   ডঃ এ পি জে আব্দুল কালাম
দৈনন্দিন পাবলৈ visit কৰক আৰু আমাৰ Facebook page আৰু Instagram Page Follow কৰক ।

MUST READ  ভ্ৰমণঃ ভাৰতৰ ৪ টা যাদুকৰী ঠাই, য'ত গা ধুলে ৰোগ নিৰাময় হয় !
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

ভ্ৰমণঃ ভাৰতৰ ৪ টা যাদুকৰী ঠাই, য’ত গা ধুলে ৰোগ নিৰাময় হয় !

ৰহস্য ভ্ৰমণঃ ভাৰতৰ বহু ঠাইত স্থানীয় লোকে বিশ্বাস কৰে...

নংগেলি -‘স্তন কৰ’ৰ পৰা মুক্তি পাবলৈ স্তন কাটি দিয়া এগৰাকী সাহসী মহিলা।

 ১৯ শতিকাত বৰ্তমানৰ জাতি ব্যৱস্থাই নাৰীৰ প্ৰতি অত্যন্ত অত্যাচাৰী...

ভাৰতৰ প্ৰধান নদীসমূহৰ নাম জানি লওক Indian Rivers Name in Assamese

এই post ত ভাৰতীয় নদীৰ নাম , ভাৰতৰ প্ৰধান...

States of Matter in Assamese: পদাৰ্থৰ কিমানটা অৱস্থা আছে ?

 এই লেখাটো 5 States Of Matter (Types) ৰ ওপৰত...