নৱম-দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ কিমান আৰু কেনেকৈ নম্বৰ দিয়া হ’ব ? ৩১ জুলাইৰ ভিতৰত মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল,

Date:

- Advertisement -

  

- Advertisement -

মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংবাদমেল। 


◽সংবদামেলতেই ঘোষণা ৩১ জুলাইৰ ভিতৰত দিয়া হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। 

- Advertisement -


◽ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ দিয়া হ’ব। 


◽ উপস্থিতি-অনুপস্থিত আৰু অন্যান্যৰ  পৰা থাকিব ২০ শতাংশ নম্বৰ। এই ফমূৰ্লা দশম শ্ৰেণীৰ পৰীক্ষা হোৱা বিদ্যালয়সমূহৰ বাবে।

- Advertisement -


◽যি বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই তেনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ৭০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা দিয়া হ’ব।


 ◽বাকী ৩০ শতাংশ নম্বৰ শিক্ষকে নিৰূপন কৰিব। 


◽এইবাৰ নাথাকিব স্থান, ষ্টাৰ, ডিষ্টিংছন আদিৰ ব্যৱস্থা। 


◽বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ ক্ষেত্রত বিদ্যালয়ে দিব নম্বৰ।



সেইদৰে উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত  




◽মেট্ৰিকৰ তিনি বিষয়ৰ পৰা ৫০ শতাংশ নম্বৰ, দিব HS ফলাফলত ।


◽ ৩০ শতাংশ নম্বৰ দিব ব্যৱহাৰিক পৰীক্ষাৰ পৰা ।



 ◽১০ শতাংশ নম্বৰ দিব বিদ্যালয়ে। ( শৈক্ষিক ক্রিয়া কলাপৰ পৰা লোৱা হ’ব ৷ )


◽আৰু বাকী থকা ১০ নম্বৰ দিব শিক্ষা সংসদে।


◽ উচ্চতৰ মাধ্যমিকত নাথাকিব শীৰ্ষ ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্ট্রিংচন নম্বৰ।


◽এই মূল্যায়ন পদ্ধতিত সন্তুষ্ট নহ’লে ছাত্র-ছাত্রীয়ে পৰীক্ষাত বহিব পাৰিব।১৫ ছেপ্তেম্বৰৰ ভিতৰত হব পৰীক্ষা 


কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, চলিত বৰ্ষৰ মেট্ৰিক আৰু HSত লাভ কৰা নম্বৰ  অসম চৰকাৰৰ চাকৰিত প্ৰযোজ্য নহ’ব। কেৱল যাতে শিক্ষা বৰ্ষ লোকচান নহয় বা উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবেহে এই মূল্যাংকনৰ ব্যৱস্থা কৰা হৈছে।


MUST READ  মুকেশ আম্বানীৰ পিছত গৌতম আদানি এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...