S.S. Rajamouli ৰ ব্লকবাষ্টাৰ ‘R.R.R.’ Netflix আৰু Zee5 Stream কৰা হব। মুক্তি লাভ কৰাৰ পিছত।

Date:

- Advertisement -
এছ.এছ. ৰাজামৌলীৰ ‘আৰ.আৰ.আৰ.’ এটা নহয় দুটা  ষ্ট্ৰীমিং চেনেলত প্ৰদৰ্শিত হ’ব – জি5 আৰু নেটফ্লিক্স। দুয়োটা ষ্ট্ৰীমিং চেনেল ত বিভিন্ন ভাষাৰে পদৰ্শিত হব। যদিও ছবিখনৰ তেলেগু, তামিল, মালায়ালম আৰু কানাড়া সংস্কৰণ জি5-ত উপলব্ধ কৰা হ’ব, নেটফ্লিক্সে আৰআৰআৰৰ হিন্দী, পৰ্তুগীজ, কোৰিয়ান, তুৰ্কী আৰু স্পেনিছ সংস্কৰণ প্ৰদৰ্শন কৰিব।
এইটো  theatrical releaseৰ পিছত হে steam কৰা হব ।
আৰআৰআৰৰ প্ৰযোজকসকলে ১৩ অক্টোবৰত বিশ্বজুৰি ছবিখন মুক্তি দিয়াৰ আশা কৰিছে কিন্তু এই সকলোবোৰ নিৰ্ভৰ ক ৰিব মহামাৰীটো কিমান সোনকালে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ ওপৰত।
আৰআৰআৰ’ হৈছে তেলেগু জনজাতীয় নেতা আল্লুৰী সীতাৰামা ৰাজু আৰু কোমাৰাম ভীমৰ সংগ্ৰামৰ ওপৰত আধাৰিত এক কাল্পনিক কাহিনী। আনহাতে ৰাম চৰণক সীতাৰামৰ চৰিত্ৰত দেখা যাব, জুনিয়ৰ এনটিআৰে আৰআৰআৰত কোমাৰামৰচনা ৰ চৰিত্ৰ ত অভিনয় কৰা দেখা পোৱা যাব। ছবিখনত আলিয়া ভট্ট আৰু অজয় দেৱগনৰ সৈতে বলীউডৰ আন বহুতো আকৰ্ষণীয় কলাকুশলীও আছে।
MUST READ  আইচিচিয়ে টি-২০ বিশ্বকাপৰ থীম চং মুকলি কৰিছে, 'LIVE THE GAME' নাম দিয়া হৈছে ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...