- Advertisement -
- Advertisement -
বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে ক্ৰয় কৰিলে টুইটাৰ। সোমবাৰে টুইটাৰ আৰু এলন মাস্কৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
জানিব পৰা মতে এলন মাস্কে ৪৪ আৰৱ ডলাৰ (৩,৩৬,৯২৭ কোটি টকা) ক্ৰয় কৰে টুইটাৰ। এই চুক্তি টুইটাৰৰ ইণ্ডিপেনডেন্ট বোৰ্ডৰ চেয়াৰমেন ব্ৰেট টেলৰ আৰু এলন মাস্কৰ মাজত হয়।
- Advertisement -
প্ৰযুক্তি জগতত বিশ্বৰ অন্যতম বৃহৎ চুক্তিত, কোটিপতি এলন মাস্কে টুইটাৰৰ 100% share কিনিবলৈ সক্ষম হৈছে । এই চুক্তিত মাস্কে প্ৰায় ৪৪ বিলিয়ন ডলাৰত (৩,৩৬,৯২৭ কোটি টকা) সামাজিক মাধ্যম নেটৱৰ্ক twitter অধিগ্ৰহণ কৰিছে আৰু ইয়াৰ মূল্য ৫৪.২০ ডলাৰ। মাস্কে 14 এপ্ৰিলত তেওঁৰ অধিগ্ৰহণৰ নিবিদা ঘোষণা কৰিছিল, ইয়াক তেওঁৰ ‘সৰ্বশ্ৰেষ্ঠ আৰু অন্তিম প্ৰস্তাৱ’ বুলি অভিহিত কৰিছিল।
- Advertisement -