T 20 World Cup Final : ফাইনেলত নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম টি-২০ বিশ্বকাপ খিতাপ জয় কৰে

Date:

- Advertisement -

 


- Advertisement -

টি-২০ বিশ্বকাপ ২০২১ৰ মহাৰণত জয়ী হ’ল অষ্ট্ৰেলিয়াই

নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী হাতত তুলি ল’লে অষ্ট্ৰেলিয়াই।

নিউজিলেণ্ডে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য ভেদি বিশ্বকাপৰ খিতাপ নিজৰ নামত কৰিলে কাংগাৰু বাহিনীয়ে।

মেচ খনত প্ৰথমে বেটিং কৰি ১৭২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে।

- Advertisement -

কিন্তু নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্যত উপনীত হ’ল অষ্ট্ৰেলিয়া।

প্রথমবাৰলৈ টি-২০ বিশ্বকাপৰ মহাবিজয়ী হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দল।

Highlights


- Advertisement -

অষ্ট্ৰেলিয়াই তেওঁলোকৰ প্ৰথম টি-২০ বিশ্বকাপ খিতাপ জয় কৰিলে ,। তেওঁলোকে ফাইনেলত নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰিলে। ১৭৩ ৰাণ লক্ষ্য  কৰি অষ্ট্ৰেলিয়াই (মিচেল মাৰ্শ আৰু ডেভিদ ৱাৰ্ণাৰৰ অৰ্ধশতকৰ সৌজন্যে  ) ৭ টা বল বাকী থকা অৱস্থাত খেলখন জিকিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে কেন উইলিয়ামছনে ৪৮ বলত ৮৫ ৰাণৰ এক সুন্দৰ প্ৰদৰ্শন কৰে নিউজিলেণ্ডে তেওঁলোকৰ ২০ অভাৰৰ কোটাৰ পৰা মুঠ ১৭২/৪ ৰাণ ত উপনীত হ’বলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ জছ হেজলউডে ১৬ ৰাণত ৩ উইকেট  আৰু এডাম জাম্পাই ১/২৬ । আৰম্ভণিতে, দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই টছত জয়ী হয় আৰু অধিনায়ক এৰন ফিঞ্চে নিউজিলেণ্ডৰ বিৰুদ্ধে বল িং কৰিবলৈ নিৰ্বাচিত হয়। দুয়োটা দলে টেবুল টপাৰ ইংলেণ্ড আৰু পাকিস্তানৰ পিছত তেওঁলোকৰ গোটত দ্বিতীয় স্থান লাভ কৰিছিল। ডুবাইত অনুষ্ঠিত দ্বিতীয় খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই ইন-ফৰ্ম পাকিস্তান দলক পৰাস্ত কৰাৰ পূৰ্বে আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে ইংলেণ্ডক পৰাস্ত কৰে।

MUST READ  ৰাছিয়াই কিয় ইউক্ৰেইন আক্ৰমণ কৰিছিল?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...