হৰ্ষল পেটেলে আৰচিবি বনাম আৰআৰ মেচৰ শেষত ৰিয়ান পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিলে – চাওক

Date:

- Advertisement -

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) আৰু ৰাজস্থান ৰয়েলছ (আৰআৰ)ৰ মাজত অনুষ্ঠিত আই পি এল ২০২২ ছিজনৰ ৩৯ সংখ্যক খেলখনত খেলপথাৰত দুজন খেলুৱৈৰ মাজত উত্তাপৰ তীব্ৰ বাক বিতক্ৰ দেখা গৈছিল। ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটছমেন ৰিয়ান পৰাগ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ পেচাৰ হৰ্ষল পেটেলৰ মাজত সংঘৰ্ষ হৈছিল। 

- Advertisement -

ৰিয়ান পৰাগে  হৈ যোৱা match খনত ৩১ টা বলত অপৰাজিত ৫৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

- Advertisement -

ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটছমেন ৰিয়ান পৰাগ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ দ্ৰুত বলাৰ হৰ্ষল পেটেলে খেলখনৰ সময়ত  তীব্ৰ তৰ্ক সন্মুখীন হৈছিল , যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । বিতৰ্কৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া ৰাজস্থান ৰয়েলছৰ (আৰআৰ) ইনিংছৰ অন্তিম অভাৰত বল কৰিবলৈ অহা আৰচিবিৰ বলাৰ হৰ্ষল পেটেলক ৰিয়ান পৰাগে ধুই পেলাইছিল। 

Harshal Patel not giving handshake to riyan parag at end of the game. Very #unsportive move. @rajasthanroyals pic.twitter.com/3MD4MrGKV7

— Kiran (@Kiran14288265) April 26, 2022

- Advertisement -

দুয়োজনৰ মাজত হোৱা মৌখিক যুঁজৰ পিছত, হৰ্ষল পেটেলে পুনেৰ এমচিএ ষ্টেডিয়ামত পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰে।

MUST READ  #VIDEO | যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰীক বিহু নচুৱালে ৰিয়ান পৰাগে ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...