হৰ্ষল পেটেলে আৰচিবি বনাম আৰআৰ মেচৰ শেষত ৰিয়ান পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিলে – চাওক

Date:

- Advertisement -

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) আৰু ৰাজস্থান ৰয়েলছ (আৰআৰ)ৰ মাজত অনুষ্ঠিত আই পি এল ২০২২ ছিজনৰ ৩৯ সংখ্যক খেলখনত খেলপথাৰত দুজন খেলুৱৈৰ মাজত উত্তাপৰ তীব্ৰ বাক বিতক্ৰ দেখা গৈছিল। ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটছমেন ৰিয়ান পৰাগ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ পেচাৰ হৰ্ষল পেটেলৰ মাজত সংঘৰ্ষ হৈছিল। 

- Advertisement -

ৰিয়ান পৰাগে  হৈ যোৱা match খনত ৩১ টা বলত অপৰাজিত ৫৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

- Advertisement -

ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটছমেন ৰিয়ান পৰাগ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ দ্ৰুত বলাৰ হৰ্ষল পেটেলে খেলখনৰ সময়ত  তীব্ৰ তৰ্ক সন্মুখীন হৈছিল , যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । বিতৰ্কৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া ৰাজস্থান ৰয়েলছৰ (আৰআৰ) ইনিংছৰ অন্তিম অভাৰত বল কৰিবলৈ অহা আৰচিবিৰ বলাৰ হৰ্ষল পেটেলক ৰিয়ান পৰাগে ধুই পেলাইছিল। 

Harshal Patel not giving handshake to riyan parag at end of the game. Very #unsportive move. @rajasthanroyals pic.twitter.com/3MD4MrGKV7

— Kiran (@Kiran14288265) April 26, 2022

- Advertisement -

দুয়োজনৰ মাজত হোৱা মৌখিক যুঁজৰ পিছত, হৰ্ষল পেটেলে পুনেৰ এমচিএ ষ্টেডিয়ামত পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...