HSLC 2022 Result: কেতিয়া ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, ক’লে SEBAৰ বিষয়াই

Date:

- Advertisement -

সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ঘোষণা কৰা হ’ব মে’ মাহত। আজি এই কথা ঘোষণা কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ বা SEBAৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। গহপুৰত আজি এই কথা ঘোষণা কৰে SEBAৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই।

- Advertisement -

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা (AHM) পৰীক্ষাৰো ফলাফল একেদিনাই ঘোষণা কৰা হ’ব।

যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা।হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৪,১৯,৮৮৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী।

- Advertisement -

মাধ্যমিক শিক্ষা পৰিষদে  2022 ৰ মে মাহত  এইচএছএলচি (HSLC) ফলাফল 2022 ঘোষণা কৰিব ।  এইচএছএলচি ফলাফল 2022 অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হ’ব, results.sebaonline.org। শিক্ষাৰ্থীসকলে তেওঁলোকৰ www.sebaonline.org এইচএছএলচি ফলাফল ২০২২ পৰীক্ষা কৰিবলৈ তেওঁলোকৰ ৰোল নম্বৰ আৰু কেপচা কোড দাখিল কৰিব লাগিব।

MUST READ  Aries 2024 Horoscope Yearly in Assamese: মেষ ৰাশি ২০২৪ ৰাশিফল - মেষ ৰাশিৰ ওপৰত গ্ৰহৰ প্ৰভাৱ
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related