মন্ত্ৰীসকলৰ মাজত দপ্তৰৰ বিভাজন, ধৰ্মেন্দ্ৰ প্ৰধান হ’ব দেশৰ নতুন শিক্ষা মন্ত্ৰী

- Advertisement -

- Advertisement -

দেশত মোডী কেবিনেটৰ সম্প্ৰসাৰণৰ লগে লগে, দপ্তৰ সমূহ বিভক্ত কৰা হয়। 

- Advertisement -

– জ্যোতিৰাদিত্য সিন্ধিয়াক বিমান মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হয়।

– পুৰুষোত্তম ৰূপালাক নতুন দুগ্ধ উন্নয়ন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। 

-আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণ কৰে। লগতে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ দায়িত্ব দিয়া হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ।

- Advertisement -

-মীন মন্ত্ৰালয়ৰ দায়িত্বও ৰূপালাক দিয়া হয়।

-হৰদীপ সিং পুৰী দেশৰ নতুন পেট্ৰ’লিয়াম মন্ত্ৰী হয়।  

-অশ্বিনী বৈষ্ণৱ ৰে’ল মন্ত্ৰালয় আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীত্ব লাভ কৰে। 

– পীয়ুষ গোৱেলক নতুন বস্ত্ৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। 

– ধৰ্মেন্দ্ৰ প্ৰধান হ’ব দেশৰ নতুন শিক্ষা মন্ত্ৰী। দক্ষতা বিকাশ মন্ত্ৰালয়কো দায়িত্ব দিয়া হয়। 

স্মৃতি ইৰাণীয়ে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী হিচাপে অব্যাহত ৰাখিব। 

– মনসুখ মাণ্ডৱিয়াই নতুন স্বাস্থ্য মন্ত্ৰী ।

 মান্দাৱিয়াক ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ও দিয়া হয়।

– সহযোগিতা মন্ত্ৰালয়ৰ দায়িত্বত অমিত শ্বাহ। 

জ্যোতিৰাদিত্য সিন্ধিয়াক অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়,

– পুৰুষোত্তম ৰূপালাক দুগ্ধ আৰু মীন পালন মন্ত্ৰালয়,

 -ঠাকুৰক ক্ৰীড়া আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়, 

-গিৰিৰাজ সিঙক গ্ৰামোন্নয়ন মন্ত্ৰালয়, 

-পশুপতি কুমাৰ পাৰসক খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়, 

-ভূপেন্দ্ৰ যাদৱক শ্ৰম মন্ত্ৰালয় হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। 

-ভূপেন্দ্ৰ যাদৱৰ সংস্কৃতি  আৰু পৰ্যতন মন্ত্ৰী

 -কিৰেন ৰিজিজুক উত্তৰ-পূব পৰিক্ৰমা আৰু

 -আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ পৰিৱেশ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় প্রধানমন্ত্রীয়ে  নিজেই পৰিচলনা কৰিব । 

MUST READ  Kappa Variant - উত্তৰ প্ৰদেশত পোৱা গৈছে কৰোনা ভাইৰাছৰ নতুন কাপ্পা (Kappa) প্ৰকাৰৰ
- Advertisement -

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Sponsor

Latest

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ বাবে তেওঁক বামুনি কোঁৱৰ (ব্ৰহ্ম ৰাজকুমাৰ) বুলি জনপ্ৰিয়ভাৱে জনা গৈছিল। তেওঁৰ ৰাজত্বকালত আহোম বংশত হিন্দু...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায় এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। এই অৱস্থা সচৰাচৰ লক্ষণবিহীন হৈ থাকে, যাৰ ফলত একে উচ্চ ৰক্তচাপ...

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5 শ্লোক সংস্কৃতত:धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव:॥ শ্লোক অসমীয়াত:ধৃষ্টকেতুছ চেকিতানঃ কাশিৰাজশ্চ বীৰ্যৱান।পুরুজিত্কুন্তিভোজশ্চ...

দাম বৃদ্ধি পাব জীও ৰ ( Jio Recharge Price hike ) , চাওক জুলাই মাহৰ পৰা কিমান দিব লাগিব

Jio Mobile Tariff Hike (Jio Price hike ) (adsbygoogle = window.adsbygoogle || ).push({}); ৰিলায়েন্স জিঅ’ ইনফ’কমে নতুন টেৰিফ প্লেন (জিঅ’ মোবাইল...