KK’s post-mortem report: কে.কেৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে গায়কজন এনে ৰোগসমূহত ভুগি আছিল

Date:

- Advertisement -
KK's post-mortem report

- Advertisement -

জনপ্ৰিয় গায়ক কেকেৰ মৃত্যুৱে ভাৰতীয় সংগীত অনুৰাগীক ম্ৰিয়মাণ কৰিছে। তেওঁৰ মৃত্যুৰ বাবে কলকাতাৰ নজৰুল মঞ্চ কৰ্তৃপক্ষৰ দায়িত্বহীনতাকো জগৰীয়া কৰা হৈছে।

কেকেই কলকাতাত তেওঁৰ প্ৰদৰ্শনৰ পিছত অস্থিৰতাৰ অভিযোগ কৰিছিল আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তেওঁক আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।

- Advertisement -

এতিয়া কেকেৰ (KK) মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ( post-mortem report) মৃত্যুৰ কাৰণৰ বিষয়ে জানিব পৰা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে অপ্ৰাকৃতিক মৃত্যুৰ কথা অস্বীকাৰ কৰিছে আৰু উল্লেখ কৰিছে যে গায়কজন প্ৰবলভাবে হৃদৰোগত (massive cardiac arrest) আক্ৰান্ত হৈছিল আৰু তেওঁ দীৰ্ঘম্যাদী যকৃতৰ ৰোগ আৰু হাঁওফাঁওৰ গুৰুতৰ অৱনতিমূলক স্থিতিত ভুগিছিল।

মৰণোত্তৰ পৰীক্ষাৰ পিছত অৱশ্যে এয়া সাব্যস্ত হৈছে বুলি ক’ব পাৰি যে এনে হৃদৰোগত নজৰুল মঞ্চৰ আৱহাৱায়ো প্ৰভাৱিত কৰিছিল। অৱশ্যে সেই দিশত মৰণোত্তৰ পৰীক্ষাত কোনো কথা কোৱা হোৱা নাই। কেকেৰ অন্ত্যেষ্টিক্ৰিয়া ২ জুনত মুম্বাইত অনুষ্ঠিত হ’ব।

MUST READ  কোহলী হব অধিনায়ক , টি-২০ বিশ্বকাপ দল ঘোষণা আৰু ধোনী হব পৰামৰ্শদাতা T20 World Cup team announced
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...