হোৱাটছএপে এনে এটা সুবিধাৰ ওপৰত কাম কৰি থকা দেখা গৈছে যিয়ে ব্যৱহাৰকাৰীসকলক ইমোজি ব্যৱহাৰ কৰি সেৱাত বাৰ্তাবোৰৰ প্ৰতি “Reaction” কৰিবলৈ অনুমতি দিব । Message ৰ প্ৰতিক্ৰিয়াবোৰ এণ্ড্ৰইড, আইঅএছ, হোৱাটছএপ ৱেব আৰু অফিচিয়েল ডেস্কটপ এপ্পৰ বাবে বিটা চেনেলত Test কৰা হ’ব ।
হোৱাটছএপে অৱশেষত ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে reaction দিয়া সুবিধাটো আৰম্ভ কৰিছে। শেহতীয়া reaction ৰোলআউটটো সকলো ব্যৱহাৰকাৰীৰ বাবে হ’ব। মেটা চিইঅ’, মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ অফিচিয়েল ফেচবুক একাউণ্টৰ জৰিয়তে এই ঘোষণা কৰিছে।
ফিচাৰ ট্ৰেকাৰ ডব্লিউএবিটাইনফোৰ এটা নতুন প্ৰতিবেদনত এপ্পটোত বাৰ্তাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে এণ্ড্ৰইডৰ বাবে হোৱাটছএপত এটা নতুন এনিমেচন বিকশিত কৰা দেখা গৈছে। আগতে Facebook Instagram ৰ Messaging ত Reaction দিব পাৰিছিল । এতিয়া এই সুবিধা whatsapp ত অতি শীঘ্ৰে উপলব্ধ হব । যিকোনো মেচেজ ৰ reply ত emjoji ব্যৱহাৰ কৰিব পাৰিব ।