Vikram Batra Girlfriend Dimpal : বিক্ৰম বাত্ৰাৰ দেউতাকে আজিও ডিম্পল চিমাক কল কৰে ।

Date:

- Advertisement -


- Advertisement -

বলীউডৰ ছবি ‘শ্বেৰ শ্বাহ’ শেহতীয়াকৈ মুক্তি লাভ কৰাৰ পৰাই দৰ্শকে এই ছবিখন আদৰি লৈছে । কেপ্টেইন বিক্ৰম বাত্ৰাৰ ছবিখনে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ সৈতে সুন্দৰ ৰোমান্টিক দৃশ্য দেখুৱায় হৈছে ।


ছবিখনৰ মুক্তিৰ পিছত মানুহে বিক্ৰম বাত্ৰা আৰু ডিম্পল চিমাৰ প্ৰেমকাহিনীৰ বিষয়ে জানিববলৈ ইচ্ছুক হৈ পৰিছে ।


- Advertisement -

এটা সাক্ষাৎকাৰৰ সময়ত, কেপ্টেইন বিক্ৰম বাত্ৰাৰ দেউতাক গিৰিধৰ লাল বাত্ৰাই কৈছিল, “ডিম্পলে আমাক বছৰত দুবাৰ কৰি ফোন কৰে। এবাৰ মোৰ পত্নী কমল কান্ত শৰ্মাৰ জন্মদিনত আৰু আনটো মোৰ জন্মদিনত।” ডিম্পলৰ বিয়াৰ কথা সোধাত তেওঁ কয়, যে “কাৰ্গিল যুদ্ধত বিক্ৰম শ্বহীদ হোৱাৰ পিছত, আমি তেওঁক কেইবাবাৰো বিয়া কৰিবলৈ কৈছিলো কিন্তু তেওঁ বিয়া কৰা নাছিল।


- Advertisement -

তাই কৈছিল যে তাই বিক্ৰমৰ স্মৃতিৰ সৈতে নিজৰ জীৱন অতিবাহিত কৰিব।” আৰু কৈছিল যে ডিম্পলে সম্পৰ্কৰ গুৰুত্ব জানে। এতিয়া ডিম্পল চিমা স্কুলৰ এগৰাকী শিক্ষয়ত্ৰি।



অৱশ্যে ডিম্পলৰ পৰিয়ালে তেওঁলোকক বিয়া কৰিবলৈ হেঁচা দি আছিল। এদিন তেওঁ বিক্ৰম বাত্ৰাৰ সৈতে তেওঁৰ বিবাহৰ বিষয়ে কথা পাতিছিল৷ যাৰ ওপৰত তেওঁ পাৰ্চৰ পৰা ব্লেডটো উলিয়াই বুঢ়া আঙুলি কাটি ডিম্পলৰ কপাত সেন্দুৰ দিছিল । ডিম্পলে কৈছিল যে এইটো তেওঁৰ জীৱনৰ আটাইতকৈ ধুনীয়া মুহূৰ্ত।


MUST READ  আজৱ কাণ্ড !ছাগলীয়ে জন্ম দিলে মানুহৰ দৰে আকৃতিৰ পোৱালি ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...