Amarnath Yatra অমৰনাথ যাত্ৰা ২০২১: অমৰনাথ গুহাৰ পৌৰাণিক ইতিহাস,
অমৰনাথ মন্দিৰ বা অমৰনাথ গুহা হৈছে ভগৱান শিৱৰ ভক্তসকলৰ বাবে আটাইতকৈ বিশিষ্ট তীৰ্থস্থান যি ভগৱান শিৱৰ প্ৰাকৃতিকভাৱে বৰফত নিৰ্মিত শিৱলিংগৰ বাবে বিখ্যাত। প্ৰতি বছৰে লাখ লাখ পৰ্যটক এই মন্দিৰলৈ যায়…
5 Best Gaming Mobile Phones In India under Rs 15000 in June
List of best 5 gaming phones under Rs 15,000Redmi Note 10Poco X3Poco M2 ProRealme 8Realme Narzo 20 ProThe smartphone features Realme Narzo 20 Pro 👉 6.5-inch full HD+ 90Hz display, the…
The Prince of Panidihing অসমীয়া অনুবাদ । The Prince of Panidihing in assamese Class 8 English Text Book
গোটেই সপ্তাহজুৰি প্ৰচণ্ড বৰষুণ হৈছিল। ব্ৰহ্মপুত্ৰৰ ফুলা পানী বাঢ়ি গৈ আছিল। চিটোলিয়া আৰু ইয়াৰ চুবুৰীয়া গাওঁবোৰত আতংকৰ সৃষ্টি হৈছিল। খগেনৰ নিজৰ গাওঁ বৰগাঁও তাৰ পৰা বেছি দূৰত নাছিল।সেইদিনা ৰাতিপুৱা, এটা…
অজয় দেৱগন হৈছে ইউটিউবত আটাইতকৈ বেছি সন্ধান কৰা ভাৰতীয় অভিনেতা
অজয় দেৱগন হৈছে ইউটিউবত আটাইতকৈ বেছি সন্ধান কৰা 1 নম্বৰ, ভাৰতীয় অভিনেতাভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা-অভিনেতা-তাৰকা অজয় দেৱগন আকৌ এবাৰচর্চালৈ আহিছে কিয়নো তেওঁ যোৱা ১২ মাহত ইউটিউবত আটাইতকৈ বেছি সন্ধান কৰা ভাৰতীয়…
BGMI Data Leaked to China !!! Ban In India . BGMI ভাৰতত বন্ধ হব নেকি।? চীন লৈ ডাটা লিক কৰিছে BGMI য়ে ৷
ক্ৰাফ্টনে এণ্ড্ৰইডত (Android ) পূৰ্ব-পঞ্জীভুক্ত (pre-registration) ব্যৱহাৰকাৰীসকলৰ বাবে বেটেলগ্ৰাউণ্ডছ ম'বাইল ইণ্ডিয়া বিটা (Battle ground mobile india beta) ৰিলিজ মুকলি কৰিছে। খেলখনে এতিয়াও ভাৰতত ইয়াৰ আনুষ্ঠানিক মুক্তি দিয়া হোৱা নাই ।…
ঘৰটোৰ উত্তৰ-পশ্চিম দিশ টোৱে কেনকৈ আপোনাক ধনবান কৰি তুলিব, জানক
বাস্তুৰ মতে, ঘৰটোত চাৰিটা কোণ আছে, উত্তৰ পূৱ কোণ, দক্ষিণ-পশ্চিম কোণ, আগ্নেয় কোণ আৰু উত্তৰ-পশ্চিম কোণ। ইয়াৰ উত্তৰ পইশ্চম ৰ 6 টা ব্যৱ্হাৰ । 1. উত্তৰ-পশ্চিম কোণত বায়ুৰ অৱস্থান থাকে আৰু…
Ambubachi mela 2021 date and time . কেতিয়া অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ সময় ২০২১ ।
কৰোনাৰ সংক্রমণৰৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰো কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত নহ'ব। মন্দিৰ প্ৰশাসনে জনাইছে যে এই সময়ছোৱাত পূজা হ'ব কিন্তু ভক্তসকলক আহিবলৈ দিয়া নহ'ব।কৰোনা ভাইৰাছৰ আশংকাৰ প্ৰতি লক্ষ্য…
আপুনি কভিড ভেকচিন বুক কৰিব পৰা নাই নেকি তেন্তে পঢ়ক কেনেকৈ আপুনি অতি কম সময়ত ভেকচিন বুক কৰিব ।
1 মে, 2021-ৰ পৰা ভাৰতত 18 বছৰৰ অধিক বয়সৰ সকলোৰে বাবে কোভিড-19 টিকাকৰণ Registration Portal খোলা হৈছিল। সকলো যোগ্য হিতাধিকাৰীয়ে কোউইন পৰ্টেলত নিজকে পঞ্জীয়ন কৰি তেওঁলোকৰ স্লট বুক কৰিব লাগিব। যোগ্য…
কেনেকৈ মিমৰ পৰা মুদ্ৰা লৈকে পৰিণত হল এই কুকুৰটো ?ডগেকোইনৰ আঁৰৰ কাহিনী । জানক । what is Doge Coin in assamese
ডগেকোইন কি? What is Doge Coin ডগেকোইনৰ আঁৰৰ কাহিনী। ডগেকোইনে Doge coin প্ৰথমে কৌতুক বা মিম হিচাপে আৰম্ভ হৈছিল।, কিন্তু সামাজিক মাধ্যমত (Social media) ইয়াৰ প্ৰচাৰৰ বাবে , ই আজি…
কোভিড-19 ভেকছিন প্ৰমাণপত্ৰ অতি গুৰুত্বপূৰ্ণ, ইয়াত কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ উপায় শিকক ।
কৰোনাভাইৰাছ মহামাৰী ভাৰতত দ্ৰুতগতিত বিয়পি পৰিছে আৰু নিজকে সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। জৰুৰী কামৰ বাবে ঘৰৰ পৰা ওলাই নাযাব আৰু সদায় Mask পিন্ধি থাকিব। ভাৰত চৰকাৰে দেশত মহামাৰীৰ…