Noida Boy ভাইৰেল ভিডিঅ’: নিশা ১২ বজাত নয়ডাৰ ৰাস্তাত দৌৰি থকা ১৯ বছৰীয়া যুৱকৰ ভাইৰেল ভিডিঅ’ ।

Date:

- Advertisement -

যেতিয়া আৱেগ অধিক হয়, বস্তুবোৰৰ অভাৱো কোনো কামৰ পথত নাহে। ভাইৰেল ভিডিঅ’ত এনেকুৱা এটা দৃশ্য দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ’টোত এজন যুৱকক নয়ডাৰ ৰাস্তাত  bag লৈ দৌৰি থকা দেখা গৈছে। ভিডিঅ’টো এজন চলচ্চিত্ৰ নিৰ্মাতা বিনোদ কাপৰিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল, য’ত যুৱকজনক একেৰাহে দৌৰি থকা দেখাত video নিৰ্মাতা জনে কিয় এনে কৰি আছে বুলি সোধাত, যুৱকজনে কয় যে তেওঁ সেনাত যোগদান কৰিবলৈ প্ৰতিদিনে এনেধৰণৰ অনুশীলন কৰে বুলি কয় ।

- Advertisement -

Video নিৰ্মাতা জনে তেওঁক এনেদৰে দৌৰি থকা দেখি গাড়ীৰে ঘৰত থৈ আহিবলৈ কোৱাত, কিন্তু যুৱকজনে অস্বীকাৰ কৰিছিল আৰু কৈছিল যে তেওঁ সেনাৰ বাবে প্ৰস্তুতি চলাই আছে। উত্তৰাখণ্ডৰ আলমোৰা জিলাৰ বাসিন্দা প্ৰদীপ মেহেৰা ই ভিডিঅ’টোত কয় যে তেওঁ নয়ডা চেক্টৰ ১৬ ৰ পৰা বাৰাউলাত থকা তেওঁৰ ঘৰলৈ দৈনিক ১০ কিলোমিটাৰ দৌৰে কিয়নো তেওঁৰ ওচৰত সময় নাই।

- Advertisement -

ভিডিঅ’টোত দেখা পোৱা 19 বছৰীয়া যুৱকজনে মেকডনাল্ডৰ এটা কোম্পানীত কাম কৰে। প্ৰদীপে প্ৰতিদিনে ১১ বজাত তেওঁৰ ঘৰলৈ দৌৰি যায়। ভিডিঅ’টোত, তেওঁ আৰু কয় যে তেওঁ তেওঁৰ ভায়েকৰ সৈতে থাকে আৰু তেওঁৰ মাতৃ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ভিডিঅ’টো কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰেও পুনৰ টুইট কৰিছে। দেওবাৰে টুইটাৰত চলচ্চিত্ৰ নিৰ্মাতাই পোষ্ট কৰা ভিডিঅ’টো তেওঁ গাড়ীখনৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত নিৰ্মাণ কৰা হৈছিল ।

- Advertisement -

MUST READ  Oscar 2022: 14 films have been listed for the Oscar. অস্কাৰ ২০২২: ১৪ খন চলচ্চিত্ৰৰ নাম তালিকা ভুক্ত কৰিছে অস্কাৰ ৰ বাবে । , যাৰ ভিতৰত আছে 'চৰ্দাৰ উধম' আৰু শেৰনি
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...