Which country celebrates New Year first and last?
আমি 2021 বিদায় দি , 2022 ক আদৰি লৈছোঁ । এতিয়াও এনেকুৱা কিছূমান দেশ আছে যিয়ে নৱ বর্ষক আদৰি লোৱা নাই। সকলো দেশে একে সময়তে নৱবৰ্ষক আদৰণি ন জনাই
কোন খন দেশে প্ৰথমে নৱবৰ্ষ উদযাপন কৰে?
ওচেনিয়া হৈছে বিশ্বৰ প্ৰথমখন দেশ যিয়ে নতুন বছৰক প্রথম স্বাগতম জনায়। সৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ টংগা, চামোৱা আৰু কিৰিবাটি হৈছে নৱবৰ্ষক স্বাগতম জনোৱা প্ৰথম দেশ। ভাৰতীয় সময় মতে 31 ডিচেম্বৰত আবেলি 3:30 এই কেইখন দেশে নৱ বর্ষক আদৰণি জনায় ।
কোনখন দেশে শেষত নৱবৰ্ষ উদযাপন কৰে?
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰৰ হাওলেণ্ড আৰু বেকাৰ দ্বীপপুঞ্জৰ জনবসতিহীন দ্বীপসমূহে নৱবৰ্ষক শেষত স্বাগতম জনায় । তেওঁলোকে ১ জানুৱাৰীত ভাৰতীয় সময় মতে সন্ধিয়া ৫:৩০ বজাত উদযাপন কৰে ।
Time of New Year 2022
December 31 (as per GMT | IST)
New Zealand: 10:15 am GMT | 3:30 pm IST
Australia: 1 pm GMT | 6:30 pm IST
Japan, South Korea and North Korea: 3 pm GMT | 8:30 pm IST
China, Philippines and Singapore: 4 pm GMT | 9:30 pm IST
Bangladesh: 6 pm GMT | 11:30 pm IST
Nepal: 6:15 pm GMT | 11:45 pm IST
India and Sri Lanka: 6:30 pm GMT | 12:00 am IST
Pakistan: 7 pm GMT | 12:30 am IST
Germany, France, Italy, Belgium and Spain: 11 pm GMT | 4:30 am IST
UK, Ireland, Iceland, Portugal: 12 am GMT | 5:30 am IST
January 1 (as per GMT | IST)
Brazil (some regions): 2 am GMT | 7:30 am IST
Argentina, Brazil (some regions), Chile and Paraguay: 3 am GMT | 8:30 am IST
New York, Washington, Detroit: 5 am GMT | 10:30 am IST
Chicago: 6 am GMT | 11:30 am IST
Colorado and Arizona: 7 am GMT | 12:30 pm IST
Nevada: 8 am GMT | 1:30 pm IST
Alaska: 9 am GMT | 2:30 pm IST
Hawaii: 10 am GMT | 3:30 pm IST
American Samoa: 11 am GMT | 4:30 pm IST
Howland and Baker Islands: 12 pm GMT | 5:30 pm IST