২০২২: কোন খন দেশে প্ৰথম আৰু শেষত নৱবৰ্ষ উদযাপন কৰে ?

Date:

- Advertisement -

- Advertisement -

Which country celebrates New Year first and last?

আমি 2021  বিদায় দি , 2022 ক আদৰি লৈছোঁ । এতিয়াও এনেকুৱা কিছূমান দেশ আছে যিয়ে নৱ বর্ষক আদৰি লোৱা নাই।  সকলো দেশে একে সময়তে নৱবৰ্ষক আদৰণি ন জনাই

কোন খন দেশে প্ৰথমে নৱবৰ্ষ উদযাপন কৰে?

- Advertisement -

ওচেনিয়া হৈছে বিশ্বৰ প্ৰথমখন দেশ যিয়ে নতুন বছৰক প্রথম স্বাগতম জনায়। সৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ টংগা, চামোৱা আৰু কিৰিবাটি হৈছে নৱবৰ্ষক স্বাগতম জনোৱা প্ৰথম দেশ।  ভাৰতীয় সময় মতে 31 ডিচেম্বৰত  আবেলি 3:30 এই কেইখন দেশে নৱ বর্ষক আদৰণি জনায় ।

কোনখন দেশে শেষত নৱবৰ্ষ উদযাপন কৰে?

- Advertisement -

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰৰ হাওলেণ্ড আৰু বেকাৰ দ্বীপপুঞ্জৰ জনবসতিহীন দ্বীপসমূহে নৱবৰ্ষক শেষত স্বাগতম জনায় । তেওঁলোকে ১ জানুৱাৰীত ভাৰতীয় সময় মতে সন্ধিয়া ৫:৩০ বজাত উদযাপন কৰে ।

Time of New Year 2022

December 31 (as per GMT | IST)

New Zealand: 10:15 am GMT | 3:30 pm IST

Australia: 1 pm GMT | 6:30 pm IST

Japan, South Korea and North Korea: 3 pm GMT | 8:30 pm IST

China, Philippines and Singapore: 4 pm GMT | 9:30 pm IST

Bangladesh: 6 pm GMT | 11:30 pm IST

Nepal: 6:15 pm GMT | 11:45 pm IST

India and Sri Lanka: 6:30 pm GMT | 12:00 am IST

Pakistan: 7 pm GMT | 12:30 am IST

Germany, France, Italy, Belgium and Spain: 11 pm GMT | 4:30 am IST

UK, Ireland, Iceland, Portugal: 12 am GMT | 5:30 am IST

January 1 (as per GMT | IST)

Brazil (some regions): 2 am GMT | 7:30 am IST

Argentina, Brazil (some regions), Chile and Paraguay: 3 am GMT | 8:30 am IST

New York, Washington, Detroit: 5 am GMT | 10:30 am IST

Chicago: 6 am GMT | 11:30 am IST

MUST READ  PM Modi Foreign Visits : তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মোডীয়ে প্ৰথমে ইটালী ভ্ৰমণ কৰিব, জানি লওক তেওঁ আন কোনখন দেশ ভ্ৰমণ কৰিব

Colorado and Arizona: 7 am GMT | 12:30 pm IST

Nevada: 8 am GMT | 1:30 pm IST

Alaska: 9 am GMT | 2:30 pm IST

Hawaii: 10 am GMT | 3:30 pm IST

American Samoa: 11 am GMT | 4:30 pm IST

Howland and Baker Islands: 12 pm GMT | 5:30 pm IST

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...