সাৱধান ৷Whatsapp ত কেনেকুৱা মেচ্জে আহিছে নেকি ৷ চুৰি হব পাৰে আপোনাৰ তথ্য ৷

Date:

- Advertisement -

 সাৱধান ৷Whatsapp ত কেনেকুৱা মেচ্জে আহিছে নেকি ৷ চুৰি হব পাৰে আপোনাৰ তথ্য ৷


- Advertisement -


International women’s Day বাবে whats app ত fraud message share হৈ আছে ৷ এই মেচেজৰ হিচাপত জোতা বনোৱা কোম্পানি Addidas যে free ত জোতা বিতৰণ কৰা দেখুওৱা হৈছে । এনেকুৱা মেচেজ ত লিংক কিছুমান থাকে যি লিংক ক্লিক কৰিলে আপোনাৰ তথ্য hacker ওচৰত যাব পাৰে এই লিংক ত ক্লিক কৰিলে এটা থাৰ্ড পার্টি Page open হয়। তাত কিছুমান task পূৰণ কৰিবলৈ কয় যিটো কৰিলে হে আপুনি Gift ৰ অধিকাৰী হব পৰিব। যিটো সম্পূর্ণ ৰপে fake হয়।

যদি এনেকুৱা কিছুমান মেচেজ আহে তেতিয়া আপুনি forward বা ক্লিক নকৰিব ৷ যদি কৰে আপোনাৰ ip address , সকলো তথ্য hacker ৰ ওচৰত যাব পাৰে ৷


MUST READ  ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল: জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ বৃষ ৰাশিৰ লোকৰ বাবে ২০২৪ চন কেনেকুৱা হ’ব
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

নিৰামিষভোজীতো প্ৰটিন-ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ।

মাছ আৰু মাংস খালে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন আৰু ভিটামিন...