সাৱধান ৷Whatsapp ত কেনেকুৱা মেচ্জে আহিছে নেকি ৷ চুৰি হব পাৰে আপোনাৰ তথ্য ৷

Date:

- Advertisement -

 সাৱধান ৷Whatsapp ত কেনেকুৱা মেচ্জে আহিছে নেকি ৷ চুৰি হব পাৰে আপোনাৰ তথ্য ৷


- Advertisement -


International women’s Day বাবে whats app ত fraud message share হৈ আছে ৷ এই মেচেজৰ হিচাপত জোতা বনোৱা কোম্পানি Addidas যে free ত জোতা বিতৰণ কৰা দেখুওৱা হৈছে । এনেকুৱা মেচেজ ত লিংক কিছুমান থাকে যি লিংক ক্লিক কৰিলে আপোনাৰ তথ্য hacker ওচৰত যাব পাৰে এই লিংক ত ক্লিক কৰিলে এটা থাৰ্ড পার্টি Page open হয়। তাত কিছুমান task পূৰণ কৰিবলৈ কয় যিটো কৰিলে হে আপুনি Gift ৰ অধিকাৰী হব পৰিব। যিটো সম্পূর্ণ ৰপে fake হয়।

যদি এনেকুৱা কিছুমান মেচেজ আহে তেতিয়া আপুনি forward বা ক্লিক নকৰিব ৷ যদি কৰে আপোনাৰ ip address , সকলো তথ্য hacker ৰ ওচৰত যাব পাৰে ৷


- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Eassy On Himanta Biswa Sarma in Assamese : হিমন্ত বিশ্ব শৰ্মাৰ জীৱনী।

প্ৰাৰম্ভিক জীৱনৰাজনৈতিক জীৱনভাৰতীয় জনতা পাৰ্টীমুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণঅন্যান্য হিমন্ত বিশ্ব...