আপুনি (কল্পনাৰ প্ৰেমিকজন )

Date:

- Advertisement -
 অই , হয় আপোনাকে কৈছোঁ

 কেতিয়াকৈ আহিম বুলি ভাবিছে

    মোৰ প্ৰেমিক চৰাই হৈ 

   কিমান যে হেঁপাহ পুহি ৰাখিছোঁ

            আপোনাৰ নামত 

 এতিয়া যে মই সকলোতে

   আপোনাকে বিচাৰি পাওঁ জানে

  জোনাক ভৰা আকাশ খনলৈ চাই 

যেতিয়া চাদৰ ওপৰত থিয় হও

 তেতিয়া , আপোনাৰ লগতে 

 মনৰ কথাবোৰ কও

  দুই ওঠতে বিৰিঙি উঠে হাঁহি

   গান প্ৰিয় মইজনিয়ে প্ৰতিটো গীততে

    আপোনাক বিচাৰি হাবাথুৰি খাও 

   কেতিয়াকৈ আহিব বাৰু 


- Advertisement -

       আপুনি (মোৰ কল্পনাৰ প্ৰেমিক)


     বৰ আশাৰে ৰৈ আছোঁ জানা 


- Advertisement -

“আপুনি আহিব উশাহো বাঢ়িব 


           অচিনা অনুভূতিয়ে বুকুতে নামিব”

- Advertisement -

MUST READ  আপোনাৰ পকেটত থকা 500 টকীয়া নোটখন জাল নেকি কেনেকৈ জানিব প্রকৃত নে ভুৱা ?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

নিৰামিষভোজীতো প্ৰটিন-ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ।

মাছ আৰু মাংস খালে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন আৰু ভিটামিন...