কোহলী হব অধিনায়ক , টি-২০ বিশ্বকাপ দল ঘোষণা আৰু ধোনী হব পৰামৰ্শদাতা T20 World Cup team announced

Date:

- Advertisement -

 

World Cup india team announced

- Advertisement -

T20 World Cup, Team India Players List:

- Advertisement -

 ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ চনৰ টি-২০ বিশ্বকাপৰ বাবে বিচিচিআইয়ে ১৫ জনীয়া দল (টীম ইণ্ডিয়া ) ঘোষণা কৰিছে।


ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) সংযুক্ত আৰৱ আমিৰাত (UAE) আৰু ওমান (OMAN)ত অনুষ্ঠিত হ’বলগীয়া ২০২১ চনৰ টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। বিচিচিআইয়ে তিনিজন ষ্টেণ্ডবাই খেলুৱৈকো বাছনি কৰিছে যিয়ে টীম ইণ্ডিয়াৰ সৈতে যাব। বিচিচিআইয়ে প্ৰাক্তন অধিনায়ক এম এছ ধোনীক বিশ্বকাপৰ বাবে এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে। 


- Advertisement -

বিচিচিআইয়ে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ২০২১ চনৰ টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে। ধোনীয়ে বিশ্বকাপৰ বাবে ১৫ জনীয়া দল বাছনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । 


টীম ইণ্ডিয়াঃ বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, লোকেশ ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকিপাৰ), হাৰ্দিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, ঈশান কিষাণ, মহম্মদ ছামী, শাৰ্দুল ঠাকুৰ, বৰুণ চক্ৰৱৰ্তী, ৰাহুল চাহাৰ



ৰিজাৰ্ভ খেলুৱৈ – শ্ৰেয়াছ আয়াৰ, শাৰ্দুল ঠাকুৰ, দীপক চাহাৰ


Team India: Virat Kohli (captain), Rohit Sharma, Lokesh Rahul ( KL Rahul ), Suryakumar Yadav, Rishabh Pant (wicketkeeper), Hardik Pandya, Bhuvneshwar Kumar, Jasprit Bumrah, Ravindra Jadeja, Akshar Patel, Ishaan Kishan, Mohammed Shami, Shardul Thakur, Varun Chakraborty, Rahul Chahar



Reserve players – Shreyas Iyer, Shardul Thakur, Deepak Chahar




MUST READ  গাখীৰ উতলাবলৈ আপুনি সঠিক উপায় জানেনে? এনেদৰে উতলাৱাক নহলে নষ্ট হব গাখীৰ ত থকা পুষ্টি ৷
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...