আই পি এল ২০২১: ধোনীৰ CSKকে চতুৰ্থবাৰৰ বাবে চেম্পিয়ন হ’ল ।

Date:

- Advertisement -


চেন্নাই চুপাৰ কিংছ চেম্পিয়ন চতুৰ্থবাৰৰ বাবে

- Advertisement -


চেন্নাই চুপাৰ কিংছে চতুৰ্থবাৰৰ বাবে আই পি এল খিতাপ জিকিলে। চেন্নাইয়ে 2010, 2011 চনত খিতাপ জয় কৰিছিল। ইয়াৰ পিছত ২০১৮ চনত । এতিয়া, আকৌ এবাৰ, চেন্নাই চেম্পিয়ন ( IPL 2021 )হল। 


প্ৰথমে বেটিং কৰি চেন্নাই চুপাৰ কিংছে ২০ অভাৰত ৩ উইকেটত ১৯২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰি ২৭ ৰাণত মেচখন পৰাস্ত হয় ।

- Advertisement -


CSKৰ হৈ ফাফ ডুপ্লেছিছে সৰ্বাধিক ৮৬ ৰাণ কৰে। মইন আলীয়ে ৩৭ আৰু ঋতুৰাজ গাইকোৱাডে ৩২ ৰাণ কৰে।


CSKৰ হৈ শ্বাৰ্দুল ঠাকুৰে তিনিটা উইকেট দখল কৰে। হেজলউডে ২টা আৰু ৰবীন্দ্ৰ জাদেজাই ২টা উইকেট  দখল কৰে।

- Advertisement -


৯ উইকেটত ১৬৫ ৰাণ কৰি অল আউট হয় KKRৰ দল।

KKRৰ হৈ অপেনাৰ শুভমন গিলে ৫১ আৰু ভেংকটেশ আয়াৰে ৫০ ৰাণ কৰে।


এইখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অধিনায়ক হিচাপে ৩০০ সংখ্যক T20 খেল।


MUST READ  Whatsapp Message Reaction Emoji : হোৱাটছএপ মেচেজত এতিয়াৰ পৰা ইমোজি Reaction দিব পাৰিব : বিৱৰণ
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...