Today’ Horoscope in Assamese আজিৰ দিনটোৰ rashifal

Date:

- Advertisement -

মেষ: মনত সংশয়ভাবে ক্রিয়া কৰিব। লোভ বৃদ্ধি পাব। শুভ বং বগা। সৎ পাত্ৰত সোণ দান কৰক। বন্য প্রাণীৰপৰা ভয়। প্রাকৃতিক দুর্যোগে ক্ষতি কৰিব পাবে। শুভ সংখ্যা আঠ।

বৃষ: হুৰমূৰ চিন্তাই ক্ষতি কৰিব। আনে আপোনাৰপৰা বহু আশা কৰিব। শুভ বং মাখন। বগা চন্দন ধাৰণ কৰক। যশস্যা বৃদ্ধি পাব। বিদ্যাত সুখ। ভ্রমণ। শুভ সংখ্যা দুই।

- Advertisement -

মিথুন: আনৰ প্রতি সহমর্মিতা প্রকাশ কৰক। পৰকীয়া প্রেমত মানহানি। শুভ বং সোণালী। দৰব সেৱনত সাবধান। দেবাদিদেরক স্মবণ কৰক। বিদ্যাত শুভ। শুভ সংখ্যা আঠ।

কর্কট: আনে আপোনাৰ গুণানুকীর্তন কৰিব। হঠাৎ ভাগৰুৱা অনুভব। শুভ বং মুগা। গুরুত্বপূর্ণ কামত। নিয়োজিত হ’ব। বোগ কমিব। শিব। লিংগত গাখীৰ দিয়ক। শুভ সংখ্যা দুই।

সিংহ: কষ্টৰদ্বাৰা কৰ্মত কৃতকার্যতা। যাকে তাকে বিশ্বাস নকৰিব। শুভ বং ৰূপালী। নিৰামিষ খাওক। পৰচৰ্চা নকৰিব। উৎকণ্ঠা কমাওক। সততা বক্ষা পৰিব। শুভ সংখ্যা আঠ।

কন্যা: দূবদর্শী চিন্তাই উপকৃত কৰিব। উৎকণ্ঠা, খং, ক্ষোভ আদি নিয়ন্ত্রণত বাখক। শুভ বং মাখন। গুরুপাকী খাদ্য নাখাব। জমা ধন খৰচ হ’ব পাবে। ভ্রমণ। শুভ সংখ্যা পাঁচ।

- Advertisement -

তুলা: সাহস, দুবদর্শিতা, ধৈর্য আদি মজুত থাকিব। আনব মূল্যবান সম্পত্তিৰ ওপৰত নজৰ নিদিব। শুভ বং বগা। শির বাবাক স্মৰণ কৰক। ৰক্তচাপ বৃদ্ধি পাব। শুভ সংখ্যা দুই।

বৃশ্চিক: কর্মবয়াবা জনপ্রিয়তা বৃদ্ধি। বহু জ্ঞান লাভ কৰিব। শুভ বং মুগা। দৰব, সোণ, বিলাসী সামগ্রী ব্যবসায়ত উন্নতি। গৱেষকৰ কষ্ট বৃদ্ধি। খৰচ। শুভ সংখ্যা আঠ।

ধনু: মনলৈ বহু স্মৃতি আহিব। বিপদসংকুল ঠাইলৈ নাযাব। শুভ ৰং ৰূপালী। আনৰ স্বাধীনতাত হস্তক্ষেপ নকৰিব। পিঠি, কঁকালত বিষ হ’ব পাবে। ব্যয়। শুভ সংখ্যা ছয়।

মকৰ: আনৰ প্রতি উদাৰতা প্রকাশ। কাকো গালি নাপাবিব। শুভ বং মাখন। কোনো অদৃশ্য শক্তিত বলীয়ান হ’ব পাৰে। শিব মন্দিৰ দর্শন কৰক। ভ্রমণ। শুভ সংখ্যা চাবি।

- Advertisement -

কুম্ভ: কোনো শক্তিব বলত আনক পরাভূত কৰিব পাৰিব। শিব মন্দিৰ দৰ্শন কৰক। শুভ এবং বগা। প্রতিযোগী মনোভাব। পৰচৰ্চা নকৰিব। দৰব সেবনত সাবধান। শুভ সংখ্যা দুই।

MUST READ  Lakshmi Chalisa in Assamese : লক্ষ্মী চালিশা

মীন: আনব আস্থা ভাজন হ’ব পাৰিব। ইস্ত্রি, ইলেক্ট্রনিক সামগ্রী, আগ্নেয়াস্ত্রবপবা সাবধান হওক। শুভ বং মুগা। হঠাৎ শাৰীৰিক সমস্যা বৃদ্ধি। তীর্থ ভ্রমণ। শুভ সংখ্যা পাঁচ।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...