Surya Grahan 2022: সূৰ্য গ্ৰহণৰ সময়ত কি কি কৰিব লাগে আৰু কি কি নালাগে ?

Date:

- Advertisement -

 

- Advertisement -

এই সময়ত কি কৰিব লাগে আপুনি জানেনে?

-সূৰ্যগ্ৰহণৰ সময়ত ভগৱান শিৱৰ যিকোনো মন্ত্ৰ উচ্চাৰণ কৰা উচিত।

-সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত গা ধুব। 

-সূৰ্যগ্ৰহণ শেষ হোৱাৰ পিছত ঘৰটো পৰিষ্কাৰ কৰক।

- Advertisement -

-গ্ৰহণ শেষ হোৱাৰ পিছত ঘৰত গংগাজল ছতিয়াব লাগে ।

সূৰ্যগ্ৰহণৰ সময়ত এনে নকৰিব।

- Advertisement -

-গ্ৰহণৰ সময়ত ৰান্ধিব আৰু খাব নালাগে ।

-কেতিয়াও খালি চকুৰে গ্ৰহণটো চোৱা উচিত নহয় । 

 -গ্ৰহণৰ সময়ত আপুনি শুব নালাগে।

-সূৰ্যগ্ৰহণৰ আগতে, তুলসীপাত পানী আৰু খাদ্যত ৰাখিব লাগে ।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related