Rashifal 14 may 2022 : আপোনাৰ আজিৰ দিনটো কেনেকুৱা যাব ? পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Date:

- Advertisement -

 

- Advertisement -

মেষ: আনৰ বিশ্বাসভাজন হ’ব পাৰিব। য’তে-ত’তে যিকোনো কথা নক’ব। শুভ ৰং মাখন। চাহ, কয়লা, বস্তু, ইন্ধনৰ ব্যৱসায়ত লাভ বৃদ্ধি পাব। শুভ সংখ্যা পাঁচ।

বৃষ ঃ দক্ষতা, নিষ্ঠা বৃদ্ধি পাব। কৃষিজাত সামগ্রী, মাদক দ্রব্য, দৰব ব্যৱসায়ত উন্নতি। শুভ ৰং গোলাপী। শনি মন্দিৰ দৰ্শন কৰক। বিদ্যাত সুখ। শুভ সংখ্যা দুই।

- Advertisement -

| মিথুন ঃ কর্ম তৎপৰতা বৃদ্ধি। আনে প্রতিশোধ ল’ব পাৰে। শুভ ৰং সোণালী। পশুপালন, শিক্ষা, বিত্ত বিভাগৰ কৰ্মীৰ সুখ্যাতি। সম্পদ লাভ। শুভ সংখ্যা আঠ।

কৰ্কট ঃ কর্মত উন্নতি আৰু প্ৰগতি। সততাত গুৰুত্ব বৃদ্ধি পাব। শুভ বং গোলাপী। অসবর্ণ বিবাদৰ সংযোগ। আলহীৰ সমাগম। খং নকৰিব। ব্যয়। শুভ সংখ্যা দুই।

- Advertisement -

সিংহ ঃ বৃহস্পতি গুৰু আপোনাৰ পক্ষত। প্রতিভা বিকাশ পাব। শুভ ৰং সোণালী। আৱেগ বৰ্জন কৰক। প্রাকৃতিক দুৰ্যোগৰপৰা ৰক্ষা পৰিব। ভ্রমণ। শুভ সংখ্যা পাঁচ।

| কন্যা ঃ কর্ম সচেতনতা বৃদ্ধি পাব। আনক অপদার্থ গণ্য নকৰিব। শুভ ৰং কমলা। শনি মন্দিৰ দৰ্শন কৰক। গুৰুক স্মৰণ কৰক। জিৰণিৰ প্ৰয়োজন। শুভ সংখ্যা দুই।

তুলা : কার্যসিদ্ধিত গুৰু সহায়। কাকো গালি নাপাৰিব। শুভ ৰং মাখন। সৎ লোকৰ সান্নিধ্য পাব। গৃহ, বিত্ত, ৰাজহ, শিক্ষা বিভাগৰ কৰ্মীৰ সুখ্যাতি। শুভ সংখ্যা ছয়।

| বৃশ্চিকঃ যিকোনো কাম কৰোঁতে গুৰক স্মৰণ কৰক। সৎ পথেৰে ধন উপার্জন। শুভ ৰং মুগা। বিবাদ মীমাংসা। শনি মন্দিৰ দৰ্শন কৰক। ভ্রমণ। শুভ সংখ্যা পাঁচ।

ধনুঃ আনৰ বাবে সময় নষ্ট হ’ব। কাকো সন্তুষ্ট কৰিব নোৱাৰিব। শুভ ৰং মুগা। বৈদ্যুতিক সামগ্ৰীৰপৰা সাৱধান। আলহীৰ আগমন। ভ্ৰমণত কষ্ট। শুভ সংখ্যা আঠ।

মকৰ ঃ আনৰ প্ৰতি সহমর্মিতা প্রকাশ। জমা ধন খৰচ হ’ব পাৰে। শুভ ৰং মুগা। ইন্ধন, খাদ্য দ্রব্য ব্যৱসায়ত উন্নতি। যিকোনো ৰত্ন নিপিন্ধিব। ভ্রমণ। শুভ সংখ্যা ছয়।

| কুম্ভ ঃ ভাগ্যৰ সু-সংযোগ। দুষ্ট লোকৰপৰা আঁতৰি থাকক ৰং মাখন। অসাধ্য সাধন কৰিব পাৰিব। আয়-ব্যয় সমতা ৰক্ষা কৰক। ভ্রমণ। শুভ সংখ্যা পাঁচ।

MUST READ  Bulu Film : হিমাংশু প্ৰসাদ দাসৰ ‘বুলু ফিল্ম’, ৯ ছেপ্টেম্বৰত আহি আছে ছবিগৃহলৈ ।

মীন ঃ কৰ্মৰ প্ৰতি আগ্রহ থাকিব। শত্রু পদানত হ’ব। শুভ ৰং মুগা। …. ধনৰ প্ৰতি লোভ বৃদ্ধি। বন্যপ্ৰাণীৰপৰা ক্ষতির আশংকা। অতি ভোজন নকৰিব। শুভ সংখ্যা দুই।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...