Rashifal 13 may 2022 : আপোনাৰ দিনটো কেনেকুৱা যাব ? পঢ়ক আপোনাৰ ৰাশিফল

Date:

- Advertisement -

 

- Advertisement -

শুভমস্তু, শকাব্দ ১৯৪৪, ভাস্কৰাব্দ ১৪২৯, খ্রীষ্টাব্দ ২০২২, হিজৰী ১৪৪৩৷৷ আজি ২৯ ব’হাগ, ১৩ মে’, ১১ শওৱাল।। শুকুৰবাৰ।। গুৱাহাটীত সূর্যোদয় পুৱা ৪/৪১/৫২ বজাত।। সূর্যাস্ত আবেলি ৫/৫৪/১৬ বজাত। সূর্যোদয়কালীন শুক্লা দ্বাদশী তিথি (দিনৰ ২.১৭ বজালৈ), ১৩ নং হস্তা নক্ষত্র (দিনৰ ৪.০৮ বজালৈ), কন্যা ৰাশি (পুৱতি নিশা ৩.৫৫ বজালৈ), বজ্র যোগ, বালবকৰণ।। আজি ১৯৪৪ শকাব্দৰ নৱবিংশতি দিন, ২০২২ খ্ৰীষ্টাব্দৰ ত্রয়ত্রিংশত্যাধিকশততম (১৩৩ তম) দিৱস।। সংখ্যাতত্ত্বৰ মতে আজি শুক্র গ্রহৰ শান্তি কাৰক দিন।।

মেষ:

- Advertisement -

মেষ ৰাশিৰ আজি শৰীৰৰ সাধাৰণ অশান্তি হ’ব পাৰে। মানসিক, প্রেম-পাৰিবাৰিক দিশতো অশান্তি থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ উৎসাহ বৃদ্ধি পাব পাৰে। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ মনৰ উৎসাহ বাঢ়িব। বাণিজ্য, কর্ম আৰু আৰ্থিকত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষ:

- Advertisement -

বৃষ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও মানসিক অশান্তি হ’ব। প্ৰেম আৰু পাৰিবাৰিকত আনন্দ লাভৰ যোগ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ উন্নতি কাৰক। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি পাব। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব। আর্থিকত নাটনি থাকিব। সংখ্যাতত্ত্বৰ মতে সুখ-শান্তি লাভ।

| মিথুন : মিথুন ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ সুখবৰ লাভ আৰু উন্নতি কাৰক। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকর্মীৰ অস্থিৰতা বৃদ্ধি পাব। কৰ্ম, আর্থিক আৰু বাণিজ্যত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

কৰ্কট : কৰ্কট ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া। মানসিক, প্রেম প্রীতি আৰু পাৰিবাৰিকতো অলপ অশান্তি থাকিব। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ ব্যস্ততা আৰু চিন্তা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

সিংহঃ

সিংহ ৰাশিৰ আজি শৰীৰ সামান্য অসুস্থ হ’ব পাৰে। মানসিক, প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী আৰু শিল্পীৰ উন্নতিৰ যোগ। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ পেছাদাৰী দিশত উন্নতি কাৰক। সংবাদসেৱা, সমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

MUST READ  Padma Awards:৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

কন্যা:

কন্যা ৰাশিৰ আছি শৰীৰৰ সুখ-শান্তিৰ যোগ। মনৰ হতাশা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱীৰ সফলতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

তুলা:

তুলা ৰাশিৰ আজি শৰীৰৰ সামান্য অসুস্থতাৰ যোগ। মনৰ উৎসাহ হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিজৰ কাম-কাজত উন্নতি হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ অশান্তি হ’ব পাৰে। কৰ্ম আৰু বাণিজ্যত লাভবান হ’ব। আর্থিকত বাধা থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

| বৃশ্চিক :

 বৃশ্চিক ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। অলপ মানসিক অশান্তি হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অশুভ। শিক্ষার্থী, সাহিত্যিক আৰু শিল্পীৰ উন্নতিৰ যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ লাভৱান হ’ব। বাণিজ্য, কর্ম আৰু আৰ্থিক উন্নতিত কিছু বাধা হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ।

ধনু:

ধনু ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অস্থিৰতাৰ যোগ। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভ বৃদ্ধি পাব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

মকৰঃ

মকৰ ৰাশিৰ আজি শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ অসত্তষ্টি বৃদ্ধি হ’ব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কিছু শুভ। আর্থিক, ব্যৱসায় আৰু কর্মত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি কারক।

কুম্ভ:

 কুম্ভ ৰাশিৰ আজি শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক আৰু ঘৰুৱা দিশত অশুভ কাৰক। প্ৰেমত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ সুখবৰে মন উৎসাহিত কৰিব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আর্থিকত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

মীন:

আর্থিকত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক। মীন ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া। মনৰ সুখ-শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ মনৰ অসন্তুষ্টি বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত কাৰক।

MUST READ  AHSEC HS Routine 2022 AHSEC HS 2nd Year Routine 2022 – Download Pdf Assam HS Routine
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...