Daily Horoscope : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal

- Advertisement -

মেষ: সকলো সময়তে মান-অভিমান এৰাই চলক। গজাননক পূজা কৰক। শুভ বং সোণালী। আঁঠু, ভৰিত বিষ হ’ব পাৰে। আপোনাৰ ওপৰত আনব চকু পৰিব। শুভ সংখ্যা দুই।

- Advertisement -

Daily Horoscope : Today’s Horoscope in Assamese

বৃষ: সাহস আৰু বুদ্ধিৰ প্ৰসাৰ বৃদ্ধি পাব। গ্রহণী, জণ্ডিছ বোগত ভুগিব পাবে। শুভ বং গোলাপী। এচিডৰপৰা ভয়। উচ্চ শিক্ষাত সুনাম। উর্দ্ধতনব প্রশংসা পাব। শুভ সংখ্যা আঠ।

- Advertisement -

Daily Horoscope : Today’s Horoscope in Assamese

মিথুন: শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব। পিতৃ-মাতৃক অৱহেলা নকৰিব। শুভ বং মাখন। শ্রীগণেশক পূজা কৰক বিপদ দূৰ হ’ব। আত্মসম্মান বৃদ্ধি। খৰচ। শুভ সংখ্যা পাঁচ।

কর্কট: সমাজহিতৈষী আৰু ধর্মীয় চিন্তা বৃদ্ধি পাব। বহু দিশত আত্মসন্তুষ্টি নাপাব পাবে। শুভ বং মুগা। ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। আলহীৰ সমাগম। শুভ সংখ্যা চাৰি।

Daily Horoscope : Today’s Horoscope in Assamese

সিংহঃ সৎ লোকৰপৰা জ্ঞান লাভ কৰিব। শৈশৱব স্মৃতিয়ে নষ্টালজিক কবিব। শুভ বং আকাশী নীলা। গ্রহৰ জোৰত কার্যসিদ্ধি। আর্থিক উন্নতি। ভ্রমণ। শুভ সংখ্যা আঠ।

কন্যা: কর্ম সচেতনতা বৃদ্ধি পাব। ধন ধাৰলৈ দিলে শত্রু বৃদ্ধি পাব। শুভ বং গোলাপী। আনৰ প্ৰেৰণা পাব। ঘৰৰ লগুৱাৰ ওপৰত নজব বাখক। বিদ্যাত আনন্দ। শুভ সংখ্যা ছয়।

- Advertisement -

তুলা: বহু দিশত আত্মসন্তুষ্টি পাব। শত্রুক লৈ চিন্তা নাই। শুভ বং মুগা। আনৰপৰা বেছি আশা নকৰিব। বিদ্যাত সুনাম। সততা ৰক্ষা পৰিব। কাকো অবহেলা নকৰিব। শুভ সংখ্যা দুই।

বৃশ্চিক: কর্মত বলিষ্ঠ সংযোগ। খং বাগেৰে কাকো বশ কৰিব নোৱাৰিব। শুভ বং গোলাপী। মহাকালী মন্দিৰ দৰ্শন কৰক। বজ্র দান কৰক। পৰীক্ষাত সুনাম। শুভ সংখ্যা ছয়।

ধনুঃ আনব সমাদব পাব। শত্ৰৰ চকু আপোনাৰ ওপৰত। শুভ বং আকাশী নীলা। ত্যাগ আৰু সহৃদয়তাই মনোবল বৃদ্ধি কৰিব। কঁকাল, আঁঠুৰ বিষ হ’ব পাৰে। ব্যয়। শুভ সংখ্যা চাৰি।

মকৰঃ উৎকণ্ঠা, চঞ্চলতা, অভিমান এবাই চলক। মিছা কথাত আনে বদনাম দিব পাবে। শুভ বং মেঝল। গজাননক পূজা কৰক। বিদেশ ভ্রমণৰ যোগ। আর্থিক উন্নতি। শুভ সংখ্যা ছয়।

MUST READ  ধন লক্ষ্মী উদ্ভিদ স্থাপনৰ নিয়ম ৷ এনেকৈ ইয়াক স্থাপন কৰিব নহলে হব পাৰে লোকচান ৷ বাস্তুৱে কি কয় জানক ?

কুম্ভ: ব্যক্তিগত আৰু ৰাজহুৱা দিশত সহমর্মিতা প্রকাশ পাব। কোনো পদ যাত্রাত অংশ গ্রহণ নকৰিব। শুভ ৰং মুগা। যান-বাহন লাদা। আনক প্রশংসা কৰক। খৰচ। শুভ সংখ্যা আঠ।

মীন: আপোনাৰ ওপৰত আনৰ ঈর্ষা হ’ব। লোভ, মোহ, উন্মাদ, খং আদি কমাওক। শুভ বং গোলাপী। চঞ্চলা মহিলাৰপৰা সাবধান। হাপানী, অর্শ ৰোগত ভূগিব পাবে। শুভ সংখ্যা দুই।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Sponsor

Latest

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ বাবে তেওঁক বামুনি কোঁৱৰ (ব্ৰহ্ম ৰাজকুমাৰ) বুলি জনপ্ৰিয়ভাৱে জনা গৈছিল। তেওঁৰ ৰাজত্বকালত আহোম বংশত হিন্দু...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায় এজন উচ্চ ৰক্তচাপত আক্ৰান্ত। এই অৱস্থা সচৰাচৰ লক্ষণবিহীন হৈ থাকে, যাৰ ফলত একে উচ্চ ৰক্তচাপ...

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5 শ্লোক সংস্কৃতত:धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान्।पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव:॥ শ্লোক অসমীয়াত:ধৃষ্টকেতুছ চেকিতানঃ কাশিৰাজশ্চ বীৰ্যৱান।পুরুজিত্কুন্তিভোজশ্চ...

দাম বৃদ্ধি পাব জীও ৰ ( Jio Recharge Price hike ) , চাওক জুলাই মাহৰ পৰা কিমান দিব লাগিব

Jio Mobile Tariff Hike (Jio Price hike ) (adsbygoogle = window.adsbygoogle || ).push({}); ৰিলায়েন্স জিঅ’ ইনফ’কমে নতুন টেৰিফ প্লেন (জিঅ’ মোবাইল...