Assamese Horoscope Today: 10 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

 ২৬ ব’হাগ, মঙলবাৰ; ১০ মে 

- Advertisement -

মেষঃ কার্যসিদ্ধি। পালমৰা স্বভাৱে ক্ষতি কৰিব। শুভ ৰং কমলা। সংযম ৰক্ষা কৰক। পদোন্নতিসহ বদলি যোগ। হতাশা দূৰ হ’ব। ভ্রমণ। শুভ সংখ্যা দুই। 

- Advertisement -

বৃষ ঃ বলিষ্ঠ চিন্তাই উৎসাহ যোগাব। পিতৃ-মাতৃ আপোনাক লৈ গৌৰৱান্বিত হ’ব। শুভ ৰং গোলাপী। হনুমান চালিচা পাঠ কৰক।মাটি-বাৰী লাভ। ভ্রমণ। শুভ সংখ্যা দুই।

- Advertisement -

মিথুন ঃ কামত আনৰ তাগিদা থাকিব। দীর্ঘসূত্ৰী চিন্তা মনলৈ নানিব।শুভ ৰং মুগা। পদপথত সাৱধান। সোণ ধাৰণ কৰক। খং নকৰিব।শুভ সংখ্যা পাঁচ।

কৰ্কট ঃ কামৰ হেঁচা বৃদ্ধি পাব। অতি ভোজনে ক্ষতি কৰিব। শুভ ৰং কমলা। পিতৃ-মাতৃৰ প্রতি দায়বদ্ধতা বৃদ্ধি। লেখক, শিল্পীৰ সুখ্যাতি। শুভ সংখ্যা চাৰি। 

সিংহ: কর্মত সন্তুষ্টি পালেও শত্রু পিছে পিছে থাকিব। গৱেষকে মনোগ্রাহী তথ্য লাভ কৰিব। শুভ ৰং ৰঙা। মনৰ স্থিৰতা ৰাখক। বিবাহৰ সংযোগ। শুভ সংখ্যা হয়। 

কন্যা: সামাজিক, ধর্মীয় স্থিতি উন্নত। সুযোগ পালেও গোপন কথা নক’ব। শুভ ৰং আকাশী নীলা। দক্ষতা বিকাশ পাব। অর্থ লাভ। ভ্রমণ। শুভ সংখ্যা আঠ।

তুলা : শিক্ষা-সাহিত্য-সংস্কৃতিমূলক প্রগতি। আনৰ আস্থা লাভ কৰিব শুভ ৰং গোলাপী। বগলা পূজা কৰক। অতিভোজন নকৰিব। ব্যয়। শুভ সংখ্যা দুই। | 

বৃশ্চিক ঃ হুমূৰ চিন্তা পৰিহাৰ কৰক। কম্পিউটাৰত যুক্তসকলৰ সুখ্যাতি বৃদ্ধি। শুভ ৰং ৰঙা। পদোন্নতিসহ বদলি। শত্রু পদানত হ’ব। বিয়াৰ যোগ। শুভ সংখ্যা ছয়।

| ধনু ঃ বলিষ্ঠ চিন্তাত ব্রতী। পৰকীয়া প্ৰেমত মানহানি। শুভ ৰং গোলাপী। চৰ্মৰোগত ভুগিব পাৰে। সততাত গুৰুত্ব দিয়ক। খং নকৰিব। শুভ সংখ্যা আঠ। 

মকৰ ঃ কৰ্মত বলিষ্ঠতা থাকিব। আনৰ কথাত বেছি গুৰুত্ব নিদিব। শুভ ৰং সোণালী। ভ্রাম্যভাষত মানহানি হ’ব পাৰে। বন্যপ্ৰাণীৰপৰা ক্ষতি। ভ্রমণ। শুভ সংখ্যা চাবি।

কুম্ভ ঃ চৰকাৰী কামত বিশেষ অগ্রগতি। ধনব লালসা বৃদ্ধি পাব। শুভ ৰং মুগা। জখলাত নুঠিব। পৰিয়ালৰ লোকে বিৰোধিতা কৰিব। ৰোগ কমিব। শুভ সংখ্যা ছয়।

MUST READ  কোভিড-19ৰ চতুৰ্থ ঢৌ আহি আছে নেকি? আমেৰিকা যুক্তৰাষ্ট্ৰত নতুনকৈ সংক্ৰমিত Covid ৰ অমাইক্ৰন চাবভেৰিয়েণ্ট

মীন ঃ কৰ্মত স্থিতি উন্নত। ৰাজহুৱা দিশত মানহানি হ’ব পাৰে। শুভ ৰং মুগা। মাদক দ্রব্য বর্জনীয়। নিজৰটোকে শুদ্ধ বুলি ধৰি নল’ব। ভ্রমণত কষ্ট। শুভ সংখ্যা আঠ।

সূর্যোদয় ঘঃ ৪-৪৩-৫৪, সূর্যাক্ত ঘঃ ৫-৫৩-৪। তিথি- শুক্লা নৱমী, দং ২৫ ২৪-১৫ ঘঃ ২-৫৩-৩৪। নক্ষত্র – মঘা, দং ২৪-৫৭-৩০ ঘঃ ২-৪২-৫৪। জন্ম — সিংহ ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, দেৱাগিণ, বান্দৰৰ অস্থি, বায়ুযোগ, অ মঙ্গল, বিং কেতুৰ দশা, ঘঃ ২-৪২-৫৪ যোৱাত মনুষ্যগণ, বিং শুক্ৰৰ দশা। ভক্ষাভক্ষ্য-লাও আৰু কলমৌ শাক খোৱা নিষেধ। শ্রীশ্রীসীতা নবমী ব্রত।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...