Assamese Horoscope Today: 10 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

 ২৬ ব’হাগ, মঙলবাৰ; ১০ মে 

- Advertisement -

মেষঃ কার্যসিদ্ধি। পালমৰা স্বভাৱে ক্ষতি কৰিব। শুভ ৰং কমলা। সংযম ৰক্ষা কৰক। পদোন্নতিসহ বদলি যোগ। হতাশা দূৰ হ’ব। ভ্রমণ। শুভ সংখ্যা দুই। 

- Advertisement -

বৃষ ঃ বলিষ্ঠ চিন্তাই উৎসাহ যোগাব। পিতৃ-মাতৃ আপোনাক লৈ গৌৰৱান্বিত হ’ব। শুভ ৰং গোলাপী। হনুমান চালিচা পাঠ কৰক।মাটি-বাৰী লাভ। ভ্রমণ। শুভ সংখ্যা দুই।

- Advertisement -

মিথুন ঃ কামত আনৰ তাগিদা থাকিব। দীর্ঘসূত্ৰী চিন্তা মনলৈ নানিব।শুভ ৰং মুগা। পদপথত সাৱধান। সোণ ধাৰণ কৰক। খং নকৰিব।শুভ সংখ্যা পাঁচ।

কৰ্কট ঃ কামৰ হেঁচা বৃদ্ধি পাব। অতি ভোজনে ক্ষতি কৰিব। শুভ ৰং কমলা। পিতৃ-মাতৃৰ প্রতি দায়বদ্ধতা বৃদ্ধি। লেখক, শিল্পীৰ সুখ্যাতি। শুভ সংখ্যা চাৰি। 

সিংহ: কর্মত সন্তুষ্টি পালেও শত্রু পিছে পিছে থাকিব। গৱেষকে মনোগ্রাহী তথ্য লাভ কৰিব। শুভ ৰং ৰঙা। মনৰ স্থিৰতা ৰাখক। বিবাহৰ সংযোগ। শুভ সংখ্যা হয়। 

কন্যা: সামাজিক, ধর্মীয় স্থিতি উন্নত। সুযোগ পালেও গোপন কথা নক’ব। শুভ ৰং আকাশী নীলা। দক্ষতা বিকাশ পাব। অর্থ লাভ। ভ্রমণ। শুভ সংখ্যা আঠ।

তুলা : শিক্ষা-সাহিত্য-সংস্কৃতিমূলক প্রগতি। আনৰ আস্থা লাভ কৰিব শুভ ৰং গোলাপী। বগলা পূজা কৰক। অতিভোজন নকৰিব। ব্যয়। শুভ সংখ্যা দুই। | 

বৃশ্চিক ঃ হুমূৰ চিন্তা পৰিহাৰ কৰক। কম্পিউটাৰত যুক্তসকলৰ সুখ্যাতি বৃদ্ধি। শুভ ৰং ৰঙা। পদোন্নতিসহ বদলি। শত্রু পদানত হ’ব। বিয়াৰ যোগ। শুভ সংখ্যা ছয়।

| ধনু ঃ বলিষ্ঠ চিন্তাত ব্রতী। পৰকীয়া প্ৰেমত মানহানি। শুভ ৰং গোলাপী। চৰ্মৰোগত ভুগিব পাৰে। সততাত গুৰুত্ব দিয়ক। খং নকৰিব। শুভ সংখ্যা আঠ। 

মকৰ ঃ কৰ্মত বলিষ্ঠতা থাকিব। আনৰ কথাত বেছি গুৰুত্ব নিদিব। শুভ ৰং সোণালী। ভ্রাম্যভাষত মানহানি হ’ব পাৰে। বন্যপ্ৰাণীৰপৰা ক্ষতি। ভ্রমণ। শুভ সংখ্যা চাবি।

কুম্ভ ঃ চৰকাৰী কামত বিশেষ অগ্রগতি। ধনব লালসা বৃদ্ধি পাব। শুভ ৰং মুগা। জখলাত নুঠিব। পৰিয়ালৰ লোকে বিৰোধিতা কৰিব। ৰোগ কমিব। শুভ সংখ্যা ছয়।

MUST READ  Today’s rashifal in Assamese আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। 14 March 2024

মীন ঃ কৰ্মত স্থিতি উন্নত। ৰাজহুৱা দিশত মানহানি হ’ব পাৰে। শুভ ৰং মুগা। মাদক দ্রব্য বর্জনীয়। নিজৰটোকে শুদ্ধ বুলি ধৰি নল’ব। ভ্রমণত কষ্ট। শুভ সংখ্যা আঠ।

সূর্যোদয় ঘঃ ৪-৪৩-৫৪, সূর্যাক্ত ঘঃ ৫-৫৩-৪। তিথি- শুক্লা নৱমী, দং ২৫ ২৪-১৫ ঘঃ ২-৫৩-৩৪। নক্ষত্র – মঘা, দং ২৪-৫৭-৩০ ঘঃ ২-৪২-৫৪। জন্ম — সিংহ ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, দেৱাগিণ, বান্দৰৰ অস্থি, বায়ুযোগ, অ মঙ্গল, বিং কেতুৰ দশা, ঘঃ ২-৪২-৫৪ যোৱাত মনুষ্যগণ, বিং শুক্ৰৰ দশা। ভক্ষাভক্ষ্য-লাও আৰু কলমৌ শাক খোৱা নিষেধ। শ্রীশ্রীসীতা নবমী ব্রত।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...