Assamese Horoscope: 07 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

 

- Advertisement -

মেষঃ দক্ষতাৰে কৰ্মত প্রবৃত্ত হোৱাত গুৰু সহায়। কাকো প্রতিশ্রুতি নিদিব। শুভ ৰং মুগা। ধন প্রাপ্তি। শক্তিপীঠত সমিধ, বেল গছ ৰোৱক। টোপনি ক্ষতি। শুভ সংখ্যা হয়।

বৃষ : সামাজিক, ৰাজনৈতিক দিশত দায়বদ্ধতা বৃদ্ধি। দাঁতৰ বিষ, যৌন ৰোগত কষ্ট পাব পাৰে। শুভ ৰং মাখন। শত্ৰু কমিব। অতি ভোজন নকৰিব। অর্থ লাভ। শুভ সংখ্যা আঠ।

- Advertisement -

মিথুন ঃ বলিষ্ঠতাৰে কৰ্ম সম্পাদন কৰিব পাৰিব। প্ৰদূষণে কষ্ট দিব। শুভ ৰং সোণালী। বন্যপ্রাণীৰপৰা সাৱধান। গাড়ীচালকৰ সুখ্যাতি। ধন লাভৰ যোগ। শুভ সংখ্যা দুই।

কর্কট ঃ কর্মচিন্তাত নিমগ্ন থাকি ভাল পাব। অবাবত যাতে সময় নষ্ট নহয়, লক্ষ্য ৰাখক। শুভ ৰং মুগা। আলহীৰ আগমন। পূবে ভ্রমণ নকৰিব। অর্থ প্রাপ্তি। শুভ সংখ্যা পাঁচ। |

- Advertisement -

 সিংহ ঃ আনৰ কথা ভাবি সময় নষ্ট নকৰিব। তীর্থ ভ্ৰমণত সুফল পাব। শুভ ৰং কমলা। অতি ভোজনে ক্ষতি কৰিব। টোপনিত ব্যাঘাত। ধনৰ আগমন। দ্রব্য লাভ। শুভ সংখ্যা ছয়।

 

কন্যা: কর্মত বলিষ্ঠতা থাকিব। কাকো মিছা প্ৰতিশ্ৰুতি নিদিব। শুভ ৰং সোণালী। সংগ দোষত মানহানি হ’ব পাৰে। আর্থিক উন্নতি।।মতৃৰ শুভ। শুভ সংখ্যা পাঁচ। 

তুলা ঃ আনৰ প্রিয়ভাজন হ’ব পাৰিব। দেৱালয়, মন্দিৰ, শক্তিপীঠত বেলগছ ৰোৱক। শুভ ৰং সেউজীয়া। কার্যসিদ্ধি। পদোন্নতি যোগ। ধন লাভ। খং কমিব। শুভ সংখ্যা দুই।

বৃশ্চিক ঃ দক্ষতা, সততা বৃদ্ধি পাব। আনৰ সম্পত্তিৰ প্ৰতি লোভ নকৰিব। শুভ ৰং মুগা। নিজৰ স্থিতিত অটল থাকক। প্ৰদূষণে কষ্ট দিব। ৰোগ কমিব। অর্থ প্রাপ্তি। শুভ সংখ্যা ছয়।

ধনু ঃ সততা, সংযম ৰক্ষাত গুৰুত্ব দিয়ক। খাদ্যৰ প্ৰতি লোভ বাঢ়িব। শুভ ৰং মাখন। কীটনাশক দ্ৰব্যৰপৰা ক্ষতি। ফাকি নিদিব। আর্থিক উন্নতি। শুভ সংখ্যা চাৰি।

| মকৰ ঃ কৰ্মত বলিষ্ঠতাৰ পৰিচয় দেখুৱাব পাৰিব। গুরুপাকী খাদ্য নাখাব। শুভ ৰং গোলাপী। যান-বাহনত ভয়। ধন প্রাপ্তি। তীর্থ ভ্ৰমণৰ যোগ। শুভ সংখ্যা আঠ।

MUST READ  দাম বৃদ্ধি পাব জীও ৰ ( Jio Recharge Price hike ) , চাওক জুলাই মাহৰ পৰা কিমান দিব লাগিব

কুম্ভ ঃ কৰ্মত দক্ষতাৰ অভাৱ নহ’ব। বন্যপ্ৰাণীৰপৰা ক্ষতি হ’ব পাৰে। শুভ ৰং মেৰণ। শনি মন্দিৰ দৰ্শন কৰক। ধনৰ আগমন। শত্ৰু কমিব। বিদ্যাত শুভ। শুভ সংখ্যা ছয়।

মীন ঃ দুঃসাহসিক কর্ম সম্পাদন কৰিব পাৰিব। আনৰ সা-সম্পত্তিৰ প্রতি লোভ নকৰিব। শুভ ৰং সোণালী। আনে উচটনি দিব পাৰে। শত্রু পদে পদে। শুভ সংখ্যা চাৰি।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...