Assamese Horoscope: 04 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

- Advertisement -

মেষ ঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। বেলি আগুৱাই যোৱাৰ লগে লগে দিনটো ক্ৰমে মুকলি পাব। শৰীৰো প্ৰায় ভালেই। মন উন্নত। কৰ্মত দক্ষতা প্রকাশ। আপোনাৰ কর্মদক্ষতা দেখি মানুহে শ্রদ্ধা কৰিব।

বৃষ ঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং কফি। শৰীৰ আন দিনাতকৈ উন্নত। পাৰিবাৰিক জীৱন গতানুগতিক। কৃষিজাত বা পণ্য দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। খৰচ বৃদ্ধি। মাতৃৰ শৰীৰ কিছু দুর্বল।

- Advertisement -

 মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক গ্রহ বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং গুলপীয়া। ভ্ৰমণৰ যো-জা হ’ব পাৰে। ভ্ৰমণত শুভ। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। সৃজনীমূলক কামত প্রতিভা বিকাশ। পাৰিবাৰিক জীৱন সুখৰেই।

কর্কটঃ ৰাশিৰ আদ্যাক্ষৰ ড, হ। শুভ কাৰক গ্রহ চন্দ্ৰ। শুভ সংখ্যা ২, ৩। শুভ ৰং বেঙুনীয়া। শৰীৰ ভালেই যাব। পাৰিবাৰিক জীৱন গতানুগতিক। ভ্রাতৃৰ উন্নতি আৰু ভ্ৰাতৃসম ব্যক্তিৰ পৰা সহায়-সাৰথি পাব। ধৰ্মত মতি।

- Advertisement -

সিংহ ঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্রহ ৰবি। শুভ সংখ্যা ১,৯। শুভ ৰং নীলা। বহুদিনৰ পৰা আশা কৰি থকা সু খবৰটো পাব পাৰে। ব্যৱসায়ত শুভ। সন্তানৰ পৰা সুখী। প্ৰেমত চঞ্চল। খং-ৰাগ এৰাই চলক।

| কন্যা ঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্রহ বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং সোণালী। শৰীৰ মজলীয়া। পাৰিবাৰিক জীৱন সুখৰেই। ব্যৱসায়ত জড়িতসকল কিছু বাধাপ্রাপ্ত হ’লেও আর্থিক দিশত শুভ। অবাঞ্ছিত খৰচ।

তুলা ঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র। শুভ সংখ্যা ৫, ৬। শুভ ৰং নীলা। স্বাস্থ্য মজলীয়া। বায়ু ৰোগগ্রস্তই স্বাস্থ্যৰ প্ৰতি চকু ৰখা ভাল হ’ব। কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বাঢ়িব। প্ৰেমত অস্থিৰতা।

বৃশ্চিক ঃ ৰাশিৰ আদ্যাক্ষৰন, য। শুভ কাৰক গ্রহ মঙল। শুভ সংখ্যা ৩, ৯। শুভ ৰং কফি। কৰ্মত উৎসাহ-উদ্দীপনা। উপার্জন হ’লেও খৰচো হ’ব তদৰূপ। আনৰ কাৰণে খাটি ভাল পাব। ধৰ্মত মতি।

MUST READ  T20 world ২০২৪: মাত্ৰ ৩৯ ৰাণত অল উইকেট । এই দলটোৱে ১৭ বছৰীয়া বিশ্ব অভিলেখৰ পৰা সংকীৰ্ণভাৱে হেৰুৱাই পেলায়

ধনু ঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি। শুভ সংখ্যা ৩, ৯। শুভ ৰং বগা। পিছবেলাৰ পৰা দিনটো ক্রমে উন্নত পাব। আর্থিক উন্নতিৰ সংকেত। দাম্পত্য জীৱন সুখৰেই। বিদ্যাত শুভ।

মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্রহ শনি। শুভ | সংখ্যা ৬, ৭। শুভ ৰং নীলা। স্বাস্থ্য প্রায় ভালেই। সামাজিক প্রতিপত্তি, মান-মর্যাদা অটুট থাকিব। পিছে সংগ দোষৰ পৰা সতর্ক থাকক। আর্থিক উন্নতি।

কুম্ভ ঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স। শুভ কাৰক গ্রহ শনি। শুভ সংখ্যা ৪, ৭। শুভ ৰং মুগা। লেখক-লেখিকা তথা বুদ্ধিজীৱীৰ বাবে উন্নত দিন। এলাহ ভাবক প্রশ্রয় নিদিব। ধর্মীয় কর্মত জড়িত থাকিব লগা হ’ব পাৰে।

মীনঃ ৰাশিৰ আদ্যাক্ষর দ, চ। শুভ কাৰক গ্রহ বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং মুগা। নতুন কোনো সম্পত্তি লোৱাৰ পৰিকল্পনা কৰিব পাৰে। শৰীৰ প্ৰায় ভালেই। যোগাযোগত শুভ। ব্যৱসায়ত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ’ব।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...