Assamese Horoscope: 03 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

 

- Advertisement -

মেষ ঃ কৰ্মৰ প্ৰতি অনীহা প্রকাশ। স্নায়রিক দুর্বলতা। শুভ ৰং গোলাপী। ৰক্তপ্রবাল ধাৰণ কৰক। বজৰংগবলীক পূজা কৰক।বিদ্যাত কষ্ট। শুভ সংখ্যা দুই।

বৃষ ঃ শুক্র গ্রহৰ প্ৰভাৱত উদ্দেশ্য পূৰ্ণ। সহনশীলতা, মানৱীয়তা, | দক্ষতা বৃদ্ধি পাব। শুভ ৰং কমলা। পৰচৰ্চা নকৰিব। মাদক দ্রব্য বর্জনীয়। ভ্রমণ। শুভ সংখ্যা ছয়।

- Advertisement -

। মিথুন : পবিত্র কর্মত ব্রতী থাকি সুখ অনুভৱ। শিল্পী, সাহিত্যিক, প্রকৃতিপ্ৰেমীৰ দক্ষতা বৃদ্ধি পাব। শুভ ৰং ৰঙা৷ দুৰ্ঘটনাৰ শংকা। মদ নাখাব। ভ্রমণ। শুভ সংখ্যা পাঁচ।

কৰ্কট ঃ দক্ষতাৰে কৰ্ম সম্পাদন কৰিব পাৰিব। অনিদ্রা, পিত্ত, বায়ু আদি ৰোগত কষ্ট পাব পাৰে। শুভ ৰং সোণালী। ভূমি লাভৰ

- Advertisement -

যোগ। শত্ৰু কমিব। খৰচ। শুভ সংখ্যা চাৰি। সিংহ ঃ ৰবি গ্ৰহৰ তৎপৰতাত আনৰ প্রিয়ভাজন হ’ব পাৰিব। বিলাসী স্বভাৱ বাদ দিয়ক। শুভ ৰং মুগা। যান-বাহনত ক্ষতি। বিদ্যাত আনন্দ। খৰচ বৃদ্ধি। শুভ সংখ্যা ছয়।

কন্যা ঃ বুধ গ্ৰহৰ প্ৰভাৱত মানৱতাবাদী চিন্তাত সফল। চাৰুকলা, নৃত্য-গীত, ভাস্কর্য দিশত সুখ্যাতি। শুভ ৰং গোলাপী। ৰঙা চন্দন দান কৰক। অর্থ লাভ। শুভ সংখ্যা দুই।

তুলা : শুক্র গ্রহৰ প্ৰভাৱত আদর্শবাদী, শৃংখলাপৰায়ণ, ত্যাগী, উৎসাহী দিশ প্রকাশ পাব। মূত্রাশয়, বুকু, কঁকালৰ বিষ ৰোগৰ প্ৰভাৱ৷ শুভ ৰং নীলা। খৰচ। ভ্ৰমণ। শুভ সংখ্যা পাঁচ।

বৃশ্চিকঃ মঙ্গল গ্রহৰ প্ৰভাৱত অসাধ্য সাধন কৰিব পাৰিব। প্রশাসনিক দক্ষতা বৃদ্ধি। শুভ ৰং কমলা। বগলা পূজা কৰক। শত্ৰু কমিব । অর্থ প্রাপ্তি। ভ্রমণ। শুভ সংখ্যা আঠ।

ধনুঃ স্থিৰ চিন্তাৰে সমস্যাৰ মোকাবিলা কৰিব পাৰিব। বন্যপ্ৰাণীৰপৰা সাৱধান। শুভ ৰং গোলাপী। অনিদ্রা, দাঁতৰ বিষত ভুগিব পাৰে। বিদ্যাত কষ্ট। ভ্রমণ। শুভ সংখ্যা পাঁচ।

মকৰঃ শনি গ্ৰহৰ প্ৰভাৱত বলিষ্ঠ চিন্তাত ব্ৰতী হ’ব পাৰিব। গুপ্ত

শত্ৰু পদানত হ’ব। শুভ ৰং সোণালী। খঙেৰে কাকো বশ কৰিব নোৱাৰিব। পিত্ত, বায়ু ৰোগ বৃদ্ধি। শুভ সংখ্যা দুই।

MUST READ  Kati Bihu rosona : কাতি বিহু ৰচনা History Significance and Celebrations

কুম্ভ ঃকৰ্মত ধৈৰ্য, শৃংখলাপৰায়ণ, উদ্যমী দিশ প্রকাশ পাব। মূত্রাশয় ৰোগত কষ্ট পাব। শুভ ৰং ৰূপালী। দৰিদ্ৰ লোকক ভোজন কৰাওক। বগলা পূজা কৰক। শুভ সংখ্যা চাৰি।

মীনঃ ঊৰ্দ্ধতনৰ প্ৰশংসা পাব। আনে আমনি কৰিব। শুভ ৰং আকাশী নীলা। বাদ-বিসম্বাদ এৰাই চলক। ভাতৃৰ উন্নতি। ৰক্তচাপ বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা আঠ।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...