অসমীয়া ৰাশিফল : আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

আজিৰ ৰাশিফল Assamese Horoscope: 02 May

- Advertisement -

১৮ ব’হাগ, সোমবাৰ; ২ মে’

- Advertisement -

মেষঃ কর্মত মানসিক অবসাদ। যান-বাহনত সাৱধান। শুভ ৰং

ৰূপালী। খঙেৰে সমস্যা সমাধান নহ’ব। হৃদৰোগত ভুগিব পাৰে। ব্যয়। শুভ সংখ্যা দুই।

বৃষঃ আনক উপকাৰ কৰিলেও কৃতজ্ঞতা নপাব। প্রতিযোগিতাত জয় লাভ। শুভ ৰং মাখন। বিদ্যুৎ, জুইৰপৰা ক্ষতি। প্ৰেমত শংকা।খৰচ বৃদ্ধি। শুভ সংখ্যা ছয়।

- Advertisement -

মিথুন ঃ কোনো শুভ সংবাদে আনন্দ দিব। খং কমাওক শত্রু কমিব । শুভ ৰং বগা। শিৱ মন্দিৰ দৰ্শন কৰক। বিবাহৰ যোগাযোগ। ভ্ৰমণত কষ্ট। শুভ সংখ্যা পাঁচ।

কৰ্কট ঃ কৰ্মত উদৰ্তা, দক্ষতা থাকিব। কোনো স্মৃতিয়ে আমনি কৰিব। শুভ ৰং মাখন। আশাবাদী মন। পদোন্নতি যোগ। বিদ্যা বুদ্ধিত শুভ। শুভ সংখ্যা চাৰি।

সিংহঃ নতুন কর্মত ফলৱৰ্তী হ’ব। যান-বাহনত সাৱধান। শুভ ৰং মাখন। গৱেষকে মূল্যৱান তথ্য লাভ কৰিব। বিসম্বাদ নকৰিব। সম্পদ লাভ। শুভ সংখ্যা হয়। | 

কন্যা ঃ আপোনাৰ উদাৰ্তাক আনে দুর্বলতা গণ্য কৰিব। বিবাহৰ যোগাযোগ। শুভ ৰং সোণালী। প্রশাসনিক দক্ষতা থাকিব। মাতৃৰ শুভ। ব্যয়। শুভ সংখ্যা পাঁচ।

তুলা ঃ হুমূৰকৈ কোনো কাম নকৰিব। মূৰ, চকু, দাঁতৰ ৰোগ হ’ব। শুভ ৰং মুগা। আশাবাদী মন। গৃহ শত্ৰুৰপৰা ক্ষতি। প্ৰদূষণে কষ্ট দিব। ভ্রমণ। শুভ সংখ্যা আঠ।

বৃশ্চিক : কৰ্মত উন্নতিৰ যোগ। চিন্তাশীল, জনহিতকাৰী, সংযমী দিশ প্রকাশ পাব। শুভ ৰং বগা। শিৱ মন্দিৰ দৰ্শন কৰক। আৱেগ বৰ্জন কৰক। ভ্রমণ। শুভ সংখ্যা ছয়।

ধনু ঃ কাৰ্যসিদ্ধিত আনৰ প্ৰভাৱ পৰিব। হতাশা দূৰ হ’ব। শুভ ৰং মাখন। যান-বাহন লাভ। বিদ্যা-বুদ্ধিত শুভ। খং নকৰিব। আশাবাদী মন। ভ্রমণ। শুভ সংখ্যা দুই।

মকৰ ঃ কোনো শুভ সংবাদ পাব। গুরুক নিন্দা নকৰিব। শুভ ৰং বগা। শিৱ মন্দিৰ দৰ্শন কৰক। মূলা নক্ষত্র যাতকৰ মানহানি। বিদেশ ভ্ৰমণৰ যোগ। শুভ সংখ্যা ছয়।

কুম্ভ ঃ আনৰ উপকাৰ কৰিলেও কৃতজ্ঞতা নাপাব। মাদক দ্রব্য বর্জনীয়। শুভ ৰং মুগা। বিবাহৰ সংযোগ। অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক। দক্ষতা বৃদ্ধি। শুভ সংখ্যা পাঁচ।

MUST READ  তাজমহল: কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে তাজমহলৰ ২২ টা 'গোপন কোঠাৰ'ৰ ছবি মুকলি কৰিছে ।

মীনঃ মনোবলক সাৰথি কৰি লওক। বাধা-বিঘিনি আঁতৰিব। শুভ ৰং সোণালী। শুভ সংবাদ পাব। ভাতৃৰ উন্নতি। পৰচৰ্চা নকৰিব। ভ্রমণ সফল। শুভ সংখ্যা দুই।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...