অসমীয়া ৰাশিফল : আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

Assamese Horoscope: 01 May

Assamese Horoscope: 01 May


- Advertisement -

মেষ :

সংখ্যাতত্ত্বৰ মতে আজি ৰবি গ্ৰহৰ মিশ্রিত কাৰক দিন।। মেষ ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক শুভ কাৰক। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। সাহিত্যিক, শিল্পীয়ে কিছু উন্নয়নমূলক কর্মত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শুভ কাৰক। আৰ্থিকত নাটনি থাকিব, বাণিজ্য আৰু কৰ্মত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

- Advertisement -

বৃষ:

বৃষ ৰাশিৰ আজি শৰীৰৰ কিছু অশান্তি কাৰক হ’ব পাৰে যদিও নিশাৰ ভাগত শুভ কাৰক। পৰিয়ালৰ অশান্তি আৰু প্ৰেম-প্রীতিত অশুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ আনন্দ আৰু অধ্যয়নত আগ্রহ বাঢ়িব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ কিছু শুভ কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। আর্থিকত অভাৱ হ’লেও বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

| মিথুন:

- Advertisement -

মিথুন ৰাশিৰ আজি শাৰীৰিক শুভ যদিও নিশালৈ জলজ ৰোগ কাৰক হ’ব। মানসিক অশান্তি বৃদ্ধি পাব। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহ বাঢ়িব পাৰে। শিল্পী, সাহিত্যিকৰ নতুন কৰ্মৰ যোগাযোগত সফল হ’ব। ৰাজনীতিক, সংবাদকর্মী আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। আর্থিক ক্ষেত্ৰত মধ্যম, বাণিজ্য আৰু কৰ্মত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

কৰ্কট :

কৰ্কট ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ। পাৰিবাৰিক সমস্যাই মানসিক ক্ষেত্ৰত অশান্তি দিব পাৰে। প্ৰেম-প্রীতিত দুশ্চিন্তা বাঢ়িব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কাৰক। শিল্পী, সাহিত্যিকৰো কিছু উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বাঢ়িব। আর্থিকত অভাৱ থাকিব যদিও বাণিজ্য আৰু কৰ্মত শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত কাৰক।

| সিংহ :

সিংহ ৰাশিৰ আজি শাৰীৰিক শুভ কাৰক। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত চিন্তা থাকিব। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বৃদ্ধি হ’ব পাৰে। শিল্পী, সাহিত্যিকৰ সফলতা পোৱাৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত জড়িতসকলৰ উৎসাহ বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক হ’ব।

MUST READ  পকা চুলিৰ সমস্যা : কিহৰ অভাৱত চুলি পকে ? পকা চুলি ৰোধ কৰাৰ সহজ উপায়বোৰ কি কি ?

কন্যা :

কন্যা ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। মানসিক ক্ষেত্ৰত অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ সফলতাৰ যোগ। ৰাজনীতিকৰ কৰ্মত অশান্তিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

তুলা:

তুলা ৰাশিৰ আজি শৰীৰ আৰু মনৰো সুখ-শান্তি অটুট থাকিব। প্রেম প্ৰীতি আৰু সাংসাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মনোযোগ আৰু উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন শুভ কৰ্মত নিয়োজিত হ’ব। ৰাজনীতিক, সমাজসেবীৰ ক্ষতিৰ যোগ। আর্থিকত নাটনি থাকিব। বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

বৃশ্চিক

: বৃশ্চিক ৰাশিৰ আজি শৰীৰ অলপ অসুস্থ হ’ব পাৰে। মানসিক, প্রেম প্রীতি আৰু সাংসাৰিকত শুভাশুভ মিশ্রিত কাৰক। শিক্ষার্থীর উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি বাঢ়িব। সাহিত্যিক, শিল্পীৰ নতুন কৰ্মৰ পরিকল্পনাত সফলতা লাভ। ৰাজনীতিক, সমাজকৰ্মীৰ মানসিক অশান্তিৰ যোগ। কর্ম, বাণিজ্য আৰু আৰ্থিকত সামান্য উন্নতি লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

ধনু:

ধনু বাশিৰ আজি দিনটো শৰীৰৰ শুভ যদিও পুৱতি নিশালৈ অলপ অসুস্থ হ’ব পাৰে। মানসিক দুশ্চিন্তা থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কাৰক। শিক্ষার্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। সাহিত্যিক, শিল্পী, ক্রীড়াবিদে কিছু উন্নতি লাভ কৰিব। ৰাজনীতিক, সাংবাদিক, সমাজকৰ্মীৰ ধনলাভৰ যোগ। আর্থিকত অশান্তি থাকিব যদিও কৰ্ম আৰু বাণিজ্যত লাভৰ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মকৰ ৰাশি 

মকৰ ৰাশিৰ আজি শৰীৰৰ ভালেই যদিও পুৱতি নিশালৈ অলপ অসুস্থ হ’ব পাৰে। মানসিক চিন্তা বাঢ়িব। প্ৰেম আৰু পাৰিবাৰিকত সুখ-শান্তিৰ যোগ। শিক্ষাৰ্থীৰ কিছু অশান্তি হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ কৰ্মত অশান্তিৰ যোগ। আর্থিকত ব্যস্ততার যোগ। ব্যৱসায় আৰু কৰ্মত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক হ’ব।

কুম্ভ ৰাশি 

কুম্ভ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্ৰিত কাৰক হ’ব। মানসিক অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ হতাশাৰ মাজতো উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শংকা বাঢ়িব। আর্থিকত কিছু নাটনি হ’ব। বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক হ’ব।

MUST READ  Bulli Bai app: বুলি বাই এপ কি, য'ত মুছলমান ছোৱালীক নিলাম কৰা হৈছিল ? মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

মীন ৰাশি

 মীন ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ যদিও নিশালৈ অলপ অসুস্থ হ’ব পাৰে। মানসিক কিছু অশান্তি হ’ব পাৰে। পৰিয়ালত সংঘাত হলেও প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষার্থী অধ্যয়নৰ প্ৰতি আকৃষ্ট হ’ব। সাহিত্যিক, শিল্পী, প্লুেৱৈসকলৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কর্মত কিছু অশান্তি হ’ব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ লাভৰ যোগ। আর্থিক দিশত নাটনি থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...