‘Ram Lalla had changed,’ sculptor Arun Yogiraj thought to himself as he saw idol
মূৰ্ত্তি নিৰ্মাতা অৰুৰুন যোগীয়ে কই যে সি বনোৱা প্ৰতিমূৰ্তি আৰু প্ৰাণ প্ৰতিষ্ঠা কৰা মূৰ্তিটোৰ মাহত হেনো সঠিক প্রার্থক্য আছে। মূৰ্তিটোৰ আৱেগ সলনি হোৱা দেখা গৈছে।
ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰা মহীচুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে কয় যে অযোধ্যাত আলনাকৰন (অলংকাৰ) অনুষ্ঠানৰ পিছত ৰাম লাল্লাৰ ৰূপ সম্পূৰ্ণ বেলেগ আছিল। যোগীৰাজে আজ টাক টিভিক দিয়া এক সাক্ষাৎকাৰত কয় যে, “লাল্লাক দেখাত সম্পূৰ্ণ বেলেগ আছিল। মই মনতে ভাবিছিলো যে এইটো মোৰ কাম নহয়। আলনাকৰন (অলংকাৰ) অনুষ্ঠানৰ পিছত ভগৱান ৰামে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছিল।’
যোগীৰাজে কয়
“Nirman hote samay alag the, sthaphit hone ke baad alag the. Mujhe laga ki ye mera kaam nahi hai. Ye to bahut alag dikhte hain. Bhagwan ne alag roop le liye hain”