Ram Lalla had changed : ৰামৰ প্ৰতিমূৰ্তি বনোৱা অৰুণ যুগীৰাজে কই “মই বনোৱা প্ৰতিমূৰ্তি নহয়” ।

Date:

- Advertisement -

‘Ram Lalla had changed,’ sculptor Arun Yogiraj thought to himself as he saw idol

মূৰ্ত্তি নিৰ্মাতা অৰুৰুন যোগীয়ে কই যে সি বনোৱা প্ৰতিমূৰ্তি আৰু প্ৰাণ প্ৰতিষ্ঠা কৰা মূৰ্তিটোৰ মাহত হেনো সঠিক প্রার্থক্য আছে। মূৰ্তিটোৰ আৱেগ সলনি হোৱা দেখা গৈছে।

- Advertisement -

ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰা মহীচুৰুৰ ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে কয় যে অযোধ্যাত আলনাকৰন (অলংকাৰ) অনুষ্ঠানৰ পিছত ৰাম লাল্লাৰ ৰূপ সম্পূৰ্ণ বেলেগ আছিল। যোগীৰাজে আজ টাক টিভিক দিয়া এক সাক্ষাৎকাৰত কয় যে, “লাল্লাক দেখাত সম্পূৰ্ণ বেলেগ আছিল। মই মনতে ভাবিছিলো যে এইটো মোৰ কাম নহয়। আলনাকৰন (অলংকাৰ) অনুষ্ঠানৰ পিছত ভগৱান ৰামে সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছিল।’

যোগীৰাজে কয়

“Nirman hote samay alag the, sthaphit hone ke baad alag the. Mujhe laga ki ye mera kaam nahi hai. Ye to bahut alag dikhte hain. Bhagwan ne alag roop le liye hain”

MUST READ  12 Jyotirlinga in Assamese :১২ জ্যোতিৰ্লিংগ সমূহ কি কি ?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...