Assamese Horoscope: 08 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

 

- Advertisement -

মেষ:

মেষ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক হ’ব যদিও মনৰ অশান্তি থাকিব। প্রেম-প্রীতি, পাৰিবাৰিকত শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰো শুভ কাৰক হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে দিনটো শুভ হ’ব।

- Advertisement -

বৃষ:

বৃষ ৰাশিৰ আজি শৰীৰ বিশেষ সুস্থ নহ’ব। মানসিক অশান্তি আৰু ডিঙিৰ ওপৰৰ ফালে ৰোগ হ’ব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। বিদ্যাৰ্থীৰ মনঃসংযোগ বৃদ্ধি হ’ব। ক্রীড়া, সাহিত্য সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ যোগ আছে। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ শুভ। কৰ্ম আৰু বাণিজ্যত লাভৱান হ’ব। আৰ্থিকত কিছু অভাৱ থাকিব। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক। 

- Advertisement -

মিথুন: মিথুন ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মানসিক চিন্তা হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা পাব। সাহিত্য, সংস্কৃতি, সমবাদকৰ্মৰে যুক্তসকলৰ মনৰ সুখ-শান্তি অটুট থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে উন্নতি কাৰক হ’ব৷

কৰ্কট :

কৰ্কট ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। চৰ্মৰোগত অলপ কষ্ট হ’ব পাৰে। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ উন্নতিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িতসকলৰ উন্নতি সাধন হ’ব। ৰাজনীতিক, সাংবাদিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। আর্থিক সংকট থাকিব। বাণিজ্য আৰু কৰ্মত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত হ’ব।

সিংহ :

সিংহ ৰাশিৰ আজি শৰীৰত সামান্য আঘাত প্রাপ্তিৰ ভয়। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মিশ্রিত। শিক্ষাৰ্থীৰ এলাহ বাঢ়িব পাৰে। ক্রীড়া, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ লাভদায়ক হ’ব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকর্মীৰ উন্নত পৰিকল্পনাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক।

কন্যা ঃ

কন্যা ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। মানসিক, প্রেম প্রীতি আৰু পাৰিবাৰিকত শান্তিৰ যোগ। শিক্ষাৰ্থীৰ মনৰ অস্থিৰতা বাঢ়িব পাৰে। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতি কাৰক হ’ব। আর্থিক চিন্তা বাঢ়িব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

MUST READ  Drinking Water Tips : : চাহৰ সলনি খালী পেটত পানী খাব, বহু ৰোগৰপৰা নিৰাময় পাব ।

তুলা

: তুলা ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব যদিও মানসিক অশান্তি বাঢ়িব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা বাঢ়িব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ উন্নতি আৰু লাভৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ দুশ্চিন্তা হ’ব পাৰে। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভজনক হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

| বৃশ্চিক

: বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। মানসিক চিন্তাৰ যোগ। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি হ’ব। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিমূলক কর্মত সুযোগ লাভৰ যোগ। ৰাজনৈতিক লোকৰ ব্যস্ততা বৃদ্ধি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ হ’ব।

ধনু :

ধনু ৰাশিৰ আজি শাৰীৰিক, মানসিক উভয়তে অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ সফলতাৰ যোগ। আর্থিক, বাণিজ্যিক আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক।

মকৰ

মকৰ ৰাশিৰ আজি শাৰীৰিক শুভ কাৰক হ’ব। মনৰ অশান্তি বাঢ়িব পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্য, সংস্কৃতিৰ স’তে যুক্তসকলৰ সফলতা লাভৰ যোগ। সমাজকর্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি হ’ব। কর্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিক দিশত লাভবান হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক হ’ব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, প্রেম প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা চর্চা অব্যাহত থাকিব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ অস্থিৰতা বাঢ়িব। কর্মক্ষেত্র, আর্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশান্তিদায়ক।

মীন ৰাশি

মীন ৰাশিৰ আজি শাৰীৰিক-মানসিক উভয়তে শান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশতো শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ কিছু অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীয়ে অশাস্তি ভোগ কৰিব। আর্থিকত অভাৱ থাকিলেও বাণিজ্য আৰু কৰ্মত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

MUST READ  Padma Awards:৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...