আজিৰ মুখ্য খবৰ পঢ়ক মাত্ৰ ১ মিনিটত Top Headlines

Date:

- Advertisement -

👉আজি আকৌ ৫৭০৪ নতুন কৈ কভিড ১৯ ত আক্ৰান্ত হয় । আক্ৰান্ত হাৰ ৪.৭৮ %  । কালি ১১৯৪৪১ টেষ্ট কৰা হৈছিল । কালি দিনটোত মৃত্যু হয় ৮৩ জনৰ । কামৰূপ মেট্ৰো আক্ৰান্ত হয় ৫৬৯ জন ।

👉DRDOৰ কোৰোণা ঔষধ 2-DG শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব। এই ঔষধৰ ১০,০০০ পেকেট বজাৰত উপলব্ধ হ’ব। প্ৰতি পেকেটত দাম হ’ব ৯৯০টকা হব । ডক্টৰ ৰেড্ডী য়ে ইয়াৰ উৎপাদন কৰিব।
👉আকাশমাৰ্গেৰে ঘূৰ্ণী বতাহ য়াছে প্ৰভাৱিত কৰা পশ্চিম বংগ আৰু ওড়িশাৰ পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে ।৫০০ কোটি ওড়িশা আৰু ৫০০ কোটি পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ বাবে আগবঢ়োৱা হৈছে। 
👉the Narcotics Control Bureau (NCB) য়ে সুশান্ত সিং ৰাজপুতৰ ফ্লেট বন্ধু সিদ্ধাৰ্থ পিতানীক ড্ৰাগছ সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰ কৰিছে।
👉দ্বিতীয়বাৰৰ বাবে অনিশ্চয়তাত অম্বুবাচী মেলা। কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে নীলাচল।
👉 মেৰী কম আৰু সাক্ষীৰ এছিয়ান বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত । লগতে শিৱ থাপাৰ ।
👉 কংগ্ৰেছ নেতা ৰিপুণ বৰা Covid-19ত আক্ৰান্ত। সম্প্ৰতি GMCHত চিকিৎসাধীন কংগ্ৰেছ নেতাগৰাকী।
👉এতিয়াৰে পৰা অসমীয়া ভাষাত উপলব্ধ হ’ব ৰ Online shopping । 
👉অসম-নগালেণ্ড সীমান্ত বিবাদৰ সমাধান বিচাৰি ৰূপজ্যোতি কুৰ্মীৰ ‘আমৰণ অনশন অসম চৰকাৰক অঞ্চলটোত বসতি স্থাপন কৰা নগালেণ্ডৰ লোকসকলক উচ্ছেদ কৰিবলৈ দাবী জনায়।
👉 মুখ্যমন্ত্ৰী ৰ বিৰুদ্ধে বিৰূপ মন্তৱ্য দি আৰক্ষীৰ জালত যুৱক ৷ যুৱক জনৰ গোগামুখৰ ।
👉অভিযান্ত্ৰিকৰ পাঠ্যক্ৰম এতিয়া হিন্দীকে ধৰি আন সকলো ভাৰতীয় ভাষাত অধ্যয়ন কৰা হ’ব। হিন্দীৰ সৈতে শিকোৱাৰ বাবে অনুমোদন জনোৱা আন সাতটা ভাৰতীয় ভাষাৰ ভিতৰত আছে মাৰাঠী, বঙালী, তেলেগু, তামিল, গুজৰাটী, কানাড়া আৰু মালায়ালম।
MUST READ  BSNL : এয়াৰটেল-জিঅ'ৰ সৈতে মুখা মুখি হ'ব নেকি BSNL ? ভাৰতত বিএছএনএলৰ 4জি সেৱা আৰম্ভ হ'ব পাৰে ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...