VIDEO: খেলপথাৰত ভূত । ভূতে বন্ধ কৰিলে ক্ৰিকেট খেল ! এই video দেখি সকলো হতবাক হৈ পৰিল।

Date:

- Advertisement -

জিম্বাবোৱে আৰু বাংলাদেশৰ মাজত দ্বিতীয় টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত এক video ই সকলো হতবাক কৰি তুলিছে । Video টোত দেখা পোৱা গৈছে যে ৰহস্যজনকভাৱে বেলছ নিজে Stump ৰ পৰা পৰি গৈছিল।
ঘটনাটো বাংলাদেশৰ ইনিংছৰ ১৮ তম অভাৰত সংঘটিত হৈছিল যেতিয়া মহম্মদ চৈফুদ্দিন ষ্ট্ৰাইকত আছিল। যেতিয়া চৈফুদ্দিনে পুল শ্বট খেলি থাকোতে এই ঘটনা সংঘটিত হৈছে ৷ তেওঁ পিছলৈ ঘূৰি চাই দেখিছিল যে belt stump ত নাই ।
Video

 

MUST READ  Top Aggressive Cricket: আটাইতকৈ খঙাল ক্ৰিকেটাৰ কোন ? List
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...