‘The Kashmir Files’ উপভোগ কৰিব বিচাৰিলে চৰকাৰী কৰ্মচাৰীয়ে পাব অৰ্ধছুটি, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Date:

- Advertisement -

 আজি গুৱাহাটী মহানগৰীৰ চিটি চেণ্টাৰৰ PVRৰ চিনেমাত The Kashmir Files নামৰ বহু চৰ্চিত ছবিখন উপভোগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ বহুকেইজন সতীৰ্থ মন্ত্ৰী বিধায়কৰ সৈতে ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী।

- Advertisement -

ইফালে ছবিখন উপভোগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছবিপ্ৰেমী অসম চৰকাৰৰ কৰ্মচাৰীসকলক দিলে বিশেষ সুবিধা। চৰকাৰী কৰ্মচাৰীয়ে ‘The Kashmir Files’ উপভোগ কৰিব বিচাৰিলে অৰ্ধ ছুটি লাভ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘সন্ত্ৰাসবাদক গৰিহণা দিব লাগে। আজমলে ছবিখন চালে কান্দি উঠিব। কোনে কি প্ৰসংগত সমালোচনা কৰি সেয়া তেওঁলোকৰৰ কথা। ছবি কথা হিন্দু-মুছলমান নহয়, প্ৰসংগ কাশ্মীৰ।’

MUST READ  Friendship Day / বন্ধুত্ব দিৱস কিয় আৰু কেতিয়া উদযাপন কৰা হয়
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...