‘The Kashmir Files’ উপভোগ কৰিব বিচাৰিলে চৰকাৰী কৰ্মচাৰীয়ে পাব অৰ্ধছুটি, জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Date:

- Advertisement -

 আজি গুৱাহাটী মহানগৰীৰ চিটি চেণ্টাৰৰ PVRৰ চিনেমাত The Kashmir Files নামৰ বহু চৰ্চিত ছবিখন উপভোগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ বহুকেইজন সতীৰ্থ মন্ত্ৰী বিধায়কৰ সৈতে ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী।

- Advertisement -

ইফালে ছবিখন উপভোগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছবিপ্ৰেমী অসম চৰকাৰৰ কৰ্মচাৰীসকলক দিলে বিশেষ সুবিধা। চৰকাৰী কৰ্মচাৰীয়ে ‘The Kashmir Files’ উপভোগ কৰিব বিচাৰিলে অৰ্ধ ছুটি লাভ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ‘সন্ত্ৰাসবাদক গৰিহণা দিব লাগে। আজমলে ছবিখন চালে কান্দি উঠিব। কোনে কি প্ৰসংগত সমালোচনা কৰি সেয়া তেওঁলোকৰৰ কথা। ছবি কথা হিন্দু-মুছলমান নহয়, প্ৰসংগ কাশ্মীৰ।’

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Mure Dusokule Suwa Ghone Ghone | মোৰে দুচুকুৰে চোৱা ঘনে ঘনে Old HIT Lyrics

Mure Dusokule Suwa Ghone Ghone | মোৰে দুচুকুৰে চোৱা...

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...