Bulu Film : হিমাংশু প্ৰসাদ দাসৰ ‘বুলু ফিল্ম’, ৯ ছেপ্টেম্বৰত আহি আছে ছবিগৃহলৈ ।

Date:

- Advertisement -

- Advertisement -

BULU FILM (TRAILER) – Himanshu Prasad Das | Team Guernica | Releasing on 9th September

 ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা BULU FILM খনে  অহা ৯ ছেপ্টেম্বৰত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব।

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা ‘বুলু ফিল্ম’। ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’,’গৰু’,’হিৰো’ নামৰ তিনিখন চিনেমা নিৰ্মাণ কৰাৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মান কৰিছে ‘বুলু ফিল্ম’।

- Advertisement -

 

Producer – Himanshu Prasad Das, Bandana Dutta Mazumdar

Story – Himanshu Prasad Das

Screenplay & Dialogue – Maharshi Tuhin Kashyap, Chanku Niranjan Nath, Himashu Prasad Das

- Advertisement -

Associate Director – Maharshi Tuhin Kashyap

DOP – Chandra Kumar Das

Editior – Haardik Kashyap

DI – Dhanjit Das

Background Score – Pallab Talukdar

Sync Sound – Rukmajit Baruah, Nayan Jyoti Bhuyan

Sound Design – Rukmajit Baruah

Art Director – Bikul Bodo

Production Controller – Niranjan Sarma

Poster Design – Samudra Kajal Saikia

Cast – Pranami Bora, Chanku Niranjan Nath, Apurba Barman, Rupam Jyoti Das, Anamika Sarania, Anurupa D Raja, Himanshu Prasad Das

MUST READ  Surya Grahan ২০২৩: বছৰৰ শেষ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া হ’ব, জানি লওক আৰু ক’ত দেখা যাব ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...