Bulu Film : হিমাংশু প্ৰসাদ দাসৰ ‘বুলু ফিল্ম’, ৯ ছেপ্টেম্বৰত আহি আছে ছবিগৃহলৈ ।

Date:

- Advertisement -

- Advertisement -

BULU FILM (TRAILER) – Himanshu Prasad Das | Team Guernica | Releasing on 9th September

 ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা BULU FILM খনে  অহা ৯ ছেপ্টেম্বৰত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব।

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা ‘বুলু ফিল্ম’। ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ’,’গৰু’,’হিৰো’ নামৰ তিনিখন চিনেমা নিৰ্মাণ কৰাৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মান কৰিছে ‘বুলু ফিল্ম’।

- Advertisement -

 

Producer – Himanshu Prasad Das, Bandana Dutta Mazumdar

Story – Himanshu Prasad Das

Screenplay & Dialogue – Maharshi Tuhin Kashyap, Chanku Niranjan Nath, Himashu Prasad Das

- Advertisement -

Associate Director – Maharshi Tuhin Kashyap

DOP – Chandra Kumar Das

Editior – Haardik Kashyap

DI – Dhanjit Das

Background Score – Pallab Talukdar

Sync Sound – Rukmajit Baruah, Nayan Jyoti Bhuyan

Sound Design – Rukmajit Baruah

Art Director – Bikul Bodo

Production Controller – Niranjan Sarma

Poster Design – Samudra Kajal Saikia

Cast – Pranami Bora, Chanku Niranjan Nath, Apurba Barman, Rupam Jyoti Das, Anamika Sarania, Anurupa D Raja, Himanshu Prasad Das

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...