Assamese Horoscope: 06 May আজিৰ দিনটোৰ ৰাশিফল কেনেকুৱা যাব আপোনাৰ আজিৰ দিনটো চাওক

Date:

- Advertisement -

 

- Advertisement -

মেষ ঃ সাহসী স্থিতি গ্রহণ কৰিব পাৰিব। গৃহ, তথ্য আৰু জনসংযোগ কৰ্মীৰ সুনাম। শুভ ৰং আকাশী নীলা। আনৰ অহিত চিন্তা নকৰিব। | ভ্ৰমণত কষ্ট। অর্থ লাভ। শুভ সংখ্যা দুই। 

বৃষ ঃ শক্তি, সাহস, প্রতিভা বিকাশ পাব। মাটি-বাৰীৰ লেঠা মাৰিব পাৰিব। শুভ ৰং গোলাপী। কৰ্মত সফলতা। প্রতিৱেশীৰ ওপৰত নজৰ ৰাখক। ভ্রমণ। শুভ সংখ্যা পাঁচ।

- Advertisement -

| মিথুন : শৃংখলতা ৰক্ষা পৰিব। জেদ ভাব ত্যাগ কৰক। শুভ ৰং মুগা। যান-বাহনত কষ্ট। আর্থিক উন্নতি যোগ। পুৰণি শত্রুরে অপকাৰ কৰিব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা আঠ।

- Advertisement -

কর্কট: কার্যসিদ্ধি যোগ। লেখক, বাদ্যযন্ত্রী, শিল্পী, বিজ্ঞানীৰ সুখ্যাতি বৃদ্ধি পাব। শুভ ৰং গোলাপী। যান-বাহন লাভ। অর্থ লাভ।

| খং কমিব। মাতৃৰ শুভ। শুভ সংখ্যা ছয়। সিংহ: অসাধ্য সাধন কৰিব পাৰিব। ধন প্রাপ্তি। শুভ ৰং মেৰুণ। ঘৰৰ সামগ্ৰীৰ ওপৰত চোকা নজৰ ৰাখক। ষড়যন্ত্ৰৰ বলি হ’ব পাৰে। ভ্ৰমণত কষ্ট। শুভ সংখ্যা চাৰি।

| কন্যা ঃ বুদ্ধিৰ দ্বাৰা সমস্যা সমাধান। নিজৰ শক্তিক বিশ্বাসত লওক। শুভ ৰং মুগা। যান-বাহন লাভ। দালালক প্রশ্রয় নিদিব।এচি পৰা ভয়। খৰচ। শুভ সংখ্যা আঠ।

তুলা ঃ আনৰ প্ৰতি সহমর্মিতা প্রকাশ পাব। নভবাকৈ হাতলৈ ধন আহিব। শুভ ৰং মুগা। পুৰণি শত্ৰুই মূৰ দাঙি উঠিব পাৰে। সততা প্রকাশ পাব। খং কমিব। শুভ সংখ্যা পাঁচ।

| বৃশ্চিক : সুখ্যাতিৰে কৰ্ম সম্পাদন কৰিব পাৰিব। সাংসাৰিক দিশত নজৰ দিয়ক। শুভ ৰং আকাশী নীলা। আনে আমনি কৰিব। মাতৃৰ শুভ। মাটি-বাৰী লাভ। শুভ সংখ্যা আঠ।

| ধনু ঃ নিষ্ঠাৰে কৰ্মসম্পাদন কৰিব পাৰিব। সোণ ধাৰণ কৰক। শনিবপৰা অসুবিধা পাব পাৰে। আনৰ ছলাহী কথাত বেছি গুৰুত্ব নিদিব। বন্ধুৰ আগমন। শুভ সংখ্যা হয়।

 

মকৰঃ কৰ্মত বিশেষ পৰিৱৰ্তন। অপাত্ৰত দান নকৰিব। শুভ ৰং আকাশী নীলা। খং কমিব। পুৰণি শত্ৰুৱে সুযোগ ল’ব পাৰে। মাটি বাৰী লাভ। ভ্রমণ। শুভ সংখ্যা চাৰি।

MUST READ  দেৱী দুৰ্গাৰ বাহন হিছাপে কিয় সিংহ ব্যৱহাৰ কৰে ?

কুম্ভ ঃ পৰোপকাৰী, উদাৰ দিশ প্রকাশ পাব। স্থিৰ চিন্তাৰে সমস্যা মোকাবিলা কৰক। শুভ ৰং সেউজীয়া। জ্ঞান লাভৰ সুযোগ পাব। চিত্ৰকৰ, লেখকৰ সুখ্যাতি। শুভ সংখ্যা দুই। । 

মীনঃ নতুন কর্মত উৎসাহ বৃদ্ধি। অপাত্ৰত কোনো বস্তু দান নকৰিব।17 শুভ ৰং মেৰুণ। কৃষক, বিজ্ঞানী, জ্যোতিষী আদিৰ সুখ্যাতি। অস্ত্র ভয়। শত্রু বৃদ্ধি যোগ। শুভ সংখ্যা ছয়।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...